• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বুজি পালে নেপালে! চীনৰ নহয়, ভাৰতৰ ভেকচিনহে বিচাৰিলে দেশখনে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 7, 2021 3:12 pm

1 min read

a-images.jpg123-750x375

প্ৰতিনিধিত্বমূলক ফটো।

246
VIEWS
Share on FacebookShare on Twitter

হাজাৰ চেষ্টা কৰিও যেন বিফল হ’বলৈ ধৰিছে চীন। জিনপিং প্ৰশাসনে বেইজিঙত প্ৰস্তুত কৰা ছিনোভ্যাক ভেকচিন নেপালত বিক্ৰীৰ বাবে কৰা সকলো আশাত চেচাপানী ঢালিলে অ’লি প্ৰশাসনে।

নেপালৰ অ’লি প্ৰশাসনে স্পষ্ট কৰি দিছে যে ভাৰতৰ পৰাহে তেওঁলোকে কৰ’নাৰ ভেকচিন ক্ৰয় কৰিব। চীনৰ ভেকচিনৰ ওপৰত তেওঁলোকৰ আস্থা নাই।

ভাৰতৰ সৈতে পুৰণি তিক্ততা পাহৰি সম্পৰ্ক উন্নত কৰি তোলাৰ বাবে নেপাল চৰকাৰ তৎপৰ হৈ পৰিছে। ইয়াৰেই অংশ হিচাপে নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ গয়ালি ভাৰত ভ্ৰমণলৈ আহিব।

অহা ১৪ জানুৱাৰিত নতুন দিল্লীত উপস্থিত হ’ব নেপালৰ বিদেশ মন্ত্ৰী গৰাকী। ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে দুয়োখন দেশৰ দ্বিপাক্ষিক বৈঠকত অংশ ল’ব।

সূত্ৰসমূহৰ মতে, এই ভ্ৰমণৰ সময়ত নেপালৰ বিদেশমন্ত্ৰীগৰাকীয়ে ভেকচিনৰ ৰপ্তানি সন্দৰ্ভত নতুন দিল্লীৰ বিষয়াসকলৰ সৈতে আলোচনা কৰিব। তদুপৰি, ভেকচিন ক্ৰয়ৰ বিষয়টো চূড়ান্ত কৰিয়েই তেওঁ দেশলৈ উভতিব বিচাৰে।

উল্লেখ্য যে চীনৰ উচটনিত ভাৰতৰ বিৰুদ্ধে খোজ দিছিল নেপালে। কিন্তু নিজৰ ভুল বুজিব পাৰি সেয়া শুধৰোৱাৰ চেষ্টা কৰিছে দেশখনে। সেয়ে এতিয়া চীনক এৰি ভাৰতৰ সৈতে সম্পৰ্ক দৃঢ় কৰিব বাচাৰিছে নেপালে।

চীনত প্ৰস্তুত কৰা কৰ’নাৰ ভেকচিন ছিনোভ্যাক নেপালত বিক্ৰীৰ চেষ্টা কৰি আহিছে বেইজিঙে। কিন্তু এইক্ষেত্ৰত নেপাল সন্মত নহয়। ইয়াৰ পৰিৱৰ্তে ভাৰতৰ পৰা ১ কোটি ২০লাখ ড’জ ক্ৰয় কৰাৰ বিষয়ে আলোচনা চলি আছে।

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd