DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশিষ্ট শিক্ষাবিদ নিৰুপমা ফুকন আৰু নাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2023 4:53 pm
526
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটী কমাৰ্চ কলেজৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন অধ্যাপক নিৰুপমা ফুকন আৰু নাই।

গুৱাহাটীৰ খানাপাৰা অঞ্চলৰ ত্ৰিপুৰা ৰোডৰ বাসিন্দা নিৰুপমা ফুকনে দেওবাৰে শেষ উশাহ লোৱাৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ।

গুৱাহাটীস্থিত জিএনআৰচি চিকিৎসালয়ত বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন হৈ আছিল ফুকন। নিৰুপমা ফুকন আছিল অসমৰ সুপৰিচিত উদ্যোগী তথা উদ্যোগপতি – এইচ এল ফুকনৰ পত্নী।

যোৱা বছৰ নিৰুপমা ফুকনৰ স্বামী এইচ এল ফুকনৰ মৃত্যুৰ পিছত এই বছৰ তেৱোঁ পৰিয়ালটোক নিঠৰুৱা কৰি থৈ যায়।

মৃত্যুৰ সময়ত নিৰুপমা ফুকনে ইহসংসাৰত এজন পুত্ৰ আৰু দুগৰাকী কন্যা এৰি থৈ গৈছে ।

গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে ধৰি বহু লোকে বিশিষ্ট শিক্ষাবিদগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়কঃ বিশিষ্ট সাংবাদিক, ৰাজনীতিবিদ মনজিত মহন্তৰ পৰলোকপ্ৰাপ্তি 

লগতে পঢ়কঃ আপত্তি নৰজিল, অপৰিৱৰ্তিত ৰূপত সদনত দাখিল কৰা হ’ব বন সংশোধনী বিধেয়ক

লগতে পঢ়কঃ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ চৰ্তহীনভাৱে নিয়মীয়া কৰক – ডি ৱাই এফ আই

Recent News

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ, সোমবাৰে শ্বুটিঙত বিশ্ব অভিলেখ গঢ়ি চেম্পিয়ন ৩ ভাৰতীয়

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ, সোমবাৰে শ্বুটিঙত বিশ্ব অভিলেখ গঢ়ি চেম্পিয়ন ৩ ভাৰতীয়

আকৌ গুজৰাট! পুনৰ ভাঙি পৰিল দলং, নদীত উটি গৈ সন্ধানহীন কমেও ৬জন

আকৌ গুজৰাট! পুনৰ ভাঙি পৰিল দলং, নদীত উটি গৈ সন্ধানহীন কমেও ৬জন

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd