• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগেন শইকীয়াক ‘এন টি আৰ নেশ্যনেল লিটাৰেৰি’ বঁটা প্ৰদান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 30, 2019 10:27 am

1 min read

Nagen_Saikia

বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়া। ফটো : উইকেপিডিয়া

717
VIEWS
Share on FacebookShare on Twitter

অসম সাহিত সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক নগেন শইকীয়াক ‘এন টি আৰ নেশ্যনেল লিটাৰেৰি এৱাৰ্ড’ প্ৰদান কৰা হয়।

কালি অৰ্থাৎ বুধবাৰে হায়দৰাবাদৰ ৰবীন্দ্ৰ ভাৰতী ভৱনত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ড০ শইকীয়াই মুখ্য অতিথি ড০ কে ৰাজায়া পৰা উক্ত বঁটা গ্ৰহণ কৰে।

উল্লেখযোগ্য যে অন্ধ্ৰপ্ৰদেশৰ প্ৰয়াত মুখ্য মন্ত্ৰী তথা প্ৰখ্যাত অভিনেতা ড০ এন টি ৰামাৰাওৰ সোঁৱৰণত ৰাজ্যখনৰ এন টি আৰ ভিগনানা ট্ৰাষ্টে প্ৰদান কৰি অহা বঁটাত আছে এটা সোণৰ মেডেল, ১লাখ টকাৰ চেক, প্ৰশংসা পত্ৰ, স্মাৰক আৰু অংগ বস্ত্ৰ।

কালি প্ৰয়াত মুখ্য মন্ত্ৰী গৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। যোৱা ২ মে’ত এন টি ৰামাৰাওৰ পত্নী লক্ষ্মী পাৰ্বতীৰ অধ্যক্ষতাত ট্ৰাষ্টৰ এক বিশেষ বৈঠকত নগেন শইকীয়াক উক্ত বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছিল।

Recent News

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

aa del

পাশৱিক!লিংগ পৰিৱৰ্তনেৰে ১৩ বছৰীয়া কিশোৰক কিশোৰীলৈ ৰূপান্তৰিত কৰি দীৰ্ঘদিন ধৰি গণ ধৰ্ষণ

a subhra

চিবিআই—এ গ্ৰেপ্তাৰ কৰিলে বংগৰ এইগৰাকী অভিনেত্ৰীক, কিন্তু কিয়?

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd