• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰকাৰী চাকৰি বিচাৰিছে? প্ৰথমতে ধূমপান বাদ দিয়ক, তাৰ পাছতহে আবেদন কৰক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 4, 2020 12:49 pm

2 min read

Tobacco

ফটো সৌজন্য: নিউ ইণ্ডিয়ান এক্ৰপ্ৰেছ।

935
VIEWS
Share on FacebookShare on Twitter

চৰকাৰী চাকৰি কৰিব বিচাৰে? তেতিয়াহ’লে আবেদনকাৰীয়ে কোনোধৰণৰ ধূমপান নকৰা বুলি শপতনামা লিখি দিব লাগিব।

অকল ধূমপানেই নহয়, সকলোধৰণৰ তম্বাকু জাতীয় সেৱনৰ পৰা বিৰত থাকিলেহে চৰকাৰীৰ চাকৰি সুযোগ লাভ কৰিব।

ঝাৰখণ্ড চৰকাৰৰ স্বাস্থ্য, শিক্ষা আৰু পৰিয়াল কল্যাণ বিভাগৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিটোত এই সিদ্ধান্তৰ কথা সদৰী কৰা হৈছে।

তদুপৰি, ৰাজ্যখনৰ সকলো চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকে তম্বাকু জাতীয় বস্তু সেৱনৰ পৰা আঁতৰত থকা বুলি শপতনামা দিব লাগিব।

ঝাৰখণ্ড চৰকাৰে সকলোধৰণৰ তম্বাকু জাতীয় সামগ্ৰী বন্ধ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছে। ৰাজ্যখনত অহা বছৰৰ ১ এপ্ৰিলৰ পৰা এই নিয়ম কাৰ্যকৰী কৰা হ’ব।

হেমন্ত চোৰেনৰ  প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিছে যে চৰকাৰী কাৰ্যালয়সমূহত কোনোৱে ধূমপান বা আন কোনো তম্বাকু জাতীয় সামগ্ৰী সেৱন কৰিব নোৱাৰিব।

চৰকাৰী কৰ্মচাৰীসকলে কেৱল কাৰ্যালয় বুলিয়েই নহয়, আন কোনো সময়তে নিচাজাতীয় সামগ্ৰীৰ সেৱন কৰিব নোৱাৰিব। এই সকলোবোৰ শপতনামা যোগে জনাব লাগিব।

চৰকাৰী সূত্ৰ অনুসৰি, নিষিদ্ধ এই সামগ্ৰীসমূহৰ ভিতৰত আছে চিগাৰেট, বিড়ি, চাধা, গুটখা, পান মচলা, জৰ্দা-চুপাৰি আদি। ইয়াৰ লগতে হোকা বা ই-চিগাৰেট তথা আন সকলোধৰণৰ নিচাজাতীয় সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰা হৈছে।

বৃহস্পতিবাৰে ৰাজ্যখনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সমিতিয়ে জানিবলৈ দিয়ে যে আৰক্ষীৰ সদৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি জিলা তথা ব্লক পৰ্যায়ৰ সকলো কাৰ্যালয় ‘নিচামুক্ত’ কৰি তোলা হ’ব।

আনকি বেচৰকাৰী কাৰ্যালয়ৰ মুখ্য দ্বাৰত ‘টবেক’ ফ্ৰী জ’ন’ লিখাটো বাধ্যতামূলক হ’ব। ঝাৰখণ্ড চৰকাৰে এইবাৰ নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হোৱা দেখা গৈছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd