• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেয়া খবৰ ! UPI ত ধনৰ লেনদেন কৰিলে গ্ৰাহকে ভৰিব লাগিব ১.১ শতাংশ মাচুল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2023 12:10 pm
407
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে অধিসূচনা জাৰি কৰিছে যে ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট (পিপিআই)–ৱালেট বা কাৰ্ড ব্যৱহাৰ কৰি কৰা ইউপিআই (ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ) লেনদেনত ১.১ শতাংশ মাচুল ভৰিব লাগিব গ্ৰাহকে।

লগতে পঢ়কঃ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল কাজিৰঙাৰ ব্যাঘ্ৰ সংৰক্ষণৰ পুঁজিৰ ধন

অনলাইন ব্যৱসায়ী, বৃহৎ ব্যৱসায়ী আৰু সৰু অফলাইন ব্যৱসায়ী সকলোৰে ক্ষেত্ৰত আৰোপ কৰা হৈছে এই মাচুল। এতিয়াৰে পৰা ২০০০ টকাতকৈ অধিক টকা UPI যোগে লেন–দেন কৰিলে অতিৰিক্ত ১.১ শতাংশ ধন ভৰিব লাগিব UPI ৰ গ্ৰাহকসকলে। অৱশ্যে কিছুমান ব্যৱসায়ৰ ক্ষেত্ৰত এই মাচুল ০.৫ শতাংশৰ পৰা আৰম্ভ হ’ব বুলি জনাইছে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে ।

লগতে পঢ়কঃ লোকসভা সচিবালয়ৰ উপ-সচিবলৈ পত্ৰ ৰাহুল গান্ধীৰ: শীঘ্ৰেই খালী কৰিব চৰকাৰী বাসভৱন

বেংক একাউণ্ট আৰু পিপিআই ৱালেটৰ মাজত পিটুপি আৰু পিটুপিএম লেনদেনত এই নীতি প্ৰযোজ্য নহ’ব। কিন্তু পিপিআই ইছ্যুকাৰীসকলে প্ৰিপেইড ৱালেটত ২,০০০ ₹ তকৈ অধিক টকা আপলোড কৰাৰ বাবে ৰেমিটাৰ বেংকক “ৱালেট লোডিং চাৰ্ভিচ চাৰ্জ” হিচাপে ১৫ বিপিএছ দিব লাগিব।

লগতে পঢ়কঃ বিৰোধী দলৰ বৈঠকত ৰাহুল গান্ধী-‘প্ৰয়োজন হ’লে মই আঁতৰি যাম, কোনো কাৰণতে মিত্ৰতা নাভাঙিব’

এই ক্ষেত্ৰত আদান–প্ৰদানৰ মাচুলৰ মূল্য নিৰ্ধাৰণ সম্পৰ্কে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে ২০২৩ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত পৰ্যালোচনা কৰিব।

লগতে পঢ়কঃ ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৩৮৪ টাকৈ জীৱনদায়িনী ঔষধৰ মূল্য

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd