DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

লোকসভা সচিবালয়ৰ উপ-সচিবলৈ পত্ৰ ৰাহুল গান্ধীৰ: শীঘ্ৰেই খালী কৰিব চৰকাৰী বাসভৱন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2023 6:12 pm
Rahul Gandhi
142
VIEWS
Share on FacebookShare on Twitter

লোকসভাৰ সাংসদ পদ খাৰিজ কৰাৰ পিছতে কংগ্ৰেছৰ লোকসভা সচিবালয়ৰ নিৰ্দেশ অনুসৰি শীঘ্ৰেই চৰকাৰী বাসভৱন খালী কৰিবলৈ সন্মত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। এক পত্ৰ যোগে গান্ধীয়ে উল্লেখ কৰিছে এই কথা।

নিজৰ চৰকাৰী বাসভৱন খালী কৰাৰ জাননীক লৈ লোকসভা সচিবালয়ৰ উপ-সচিবলৈ প্ৰেৰণ কৰা পত্ৰ যোগে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, ‘আপোনাৰ পত্ৰত থকা সবিশেষ নিৰ্দেশাৱলী মই অৱশ্যেই মানি চলিম।”

‘জনাদেশ অনুযায়ী যোৱা ৪ টা কাৰ্যকালত লোকসভাৰ এগৰাকী নিৰ্বাচিত সদস্য হিচাপে ইয়াত কটোৱা সময়ৰ সুখকৰ স্মৃতিৰ বাবে মই ঋণী’ বুলিও পত্ৰখনত উল্লেখ কৰে গান্ধীয়ে।

উল্লেখ্য যে লোকসভা সচিবালয়ে ৰাহুল গান্ধীক লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আবণ্টিত চৰকাৰী বাংলো খালী কৰিবলৈ চলিত বৰ্ষৰ ২২ এপ্ৰিললৈকে সময় দিছিল।

২০০৪ চনত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত কংগ্ৰেছ নেতাগৰাকীয়ে ২০০৫ চনৰ পৰা ১২ টোঘলক লেনত থকা চৰকাৰী বাসভৱনত বাস কৰি আহিছিল।

গুজৰাটৰ চুৰাট আদালতে যোৱা ২৩ মাৰ্চত মোদীৰ উপাধি সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্যৰ সৈতে জড়িত মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহাৰ পিছদিনাই ৰাহুল গান্ধীক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হৈছিল।

Recent News

মৃতদেহৰ সৈতে যৌন সম্পৰ্ক গঢ়াটো ভাৰতীয় আইন মতে অপৰাধ নহয় : কৰ্ণাটক উচ্চ ন্যায়ালয়

মৃতদেহৰ সৈতে যৌন সম্পৰ্ক গঢ়াটো ভাৰতীয় আইন মতে অপৰাধ নহয় : কৰ্ণাটক উচ্চ ন্যায়ালয়

চীনৰ আজৱ কাণ্ড! ৩২ হাজাৰ ফুট দ গাঁত খান্দিছে চীনে। কিন্তু কিয়?

চীনৰ আজৱ কাণ্ড! ৩২ হাজাৰ ফুট দ গাঁত খান্দিছে চীনে। কিন্তু কিয়?

wrestlers protest

প্ৰতিবাদী মল্লযুঁজাৰুৰ ওপৰত দমনমূলক আচৰণক নিন্দা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ: দ্ৰুত তদন্তৰ আহ্বান

modern names of Mahabharata

শিশুৰ নামকৰণ কৰাৰ আগতে জানি লওঁক মহাভাৰতৰ এইকেইটা আধুনিক আৰু অনন্য নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd