• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংবাদ মাধ্যমক চোকা সমালোচনা এন এচ চি এন (ইউ)ৰ ||অস্ত্ৰধাৰী দৰা-কইনা

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
November 15, 2019 9:58 pm
‘Guns N Roses’ at NSCN-U minister son’s wedding reception

বিয়াৰ চৰ্চিত ছবিখন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৰোনাম দখলকাৰী “অস্ত্ৰধাৰী দৰা-কইনা”ৰ বাতৰিক লৈ নাগা বিদ্ৰোহী এন এচ চি এন (ইউনিফিকে’চন)এ শুকুৰবাৰে সংবাদ মাধ্যমক চোকা সমালোচনা কৰিছে।

সংগঠনটোৱে জাৰি কৰা বিবৃতিত কৈছে, নাগালেণ্ডৰ চ’চিয়েল মিদিয়া আৰু ভাৰতৰ প্ৰিণ্ট আৰু ইলেকত্ৰনিক মিদিয়াই এই বাতৰিৰ যোগেদি সংবাদ পৰিৱেশনক এক “নতুন উচ্চতা” বা “অতি নিম্নমান”লৈ লৈ গ’ল।

Apply Now

সংগঠনটোৱে কয়, “এখন অক্ষতিকাৰক বিবাহৰ ছবি”ক এনে ধৰণে দুৰ্ব্যৱহাৰ আৰু অপৰাধীকৰণ কৰা হ’ল যেন দৰা-কইনাহালে “আন এক ৱৰ্ল্দ ত্ৰে’দ চেন্তাৰ ধ্বংস কৰিলে বা আটাইতকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী দম্পত্তি এহালকহে যেন বিয়াৰ সাজত ৰাইফলৰ সৈতে ধৰা হ’ল।”

দৰাৰ দেউতাক বহত’ কিবা সংগঠনটোৰ নিজা চৰকাৰৰ (GPRN) গৃ্হ মন্ত্ৰী আৰু তেওঁ “ৰেদ আইদেণ্টিটি কাৰ্দধাৰী” হোৱাৰ কথা উল্লেখ কৰি কোৱা হৈছে যে বিয়াত একান্তই ব্যক্তিগত পৰ্য্যায়ত অনুমতি থকা বন্দুককেইটাৰ সৈতে ছবিখন তোলা হৈছিল।

আৰু কোনোবাই সেই ছবি ৱটচএপত ফৰৱাৰ্দ কৰিলে আৰু নাগালেণ্ডত ভাইৰেল হৈ পৰিল।

ভাৰতীয় সংবাদ মাধ্যমক সমালোচনা কৰি তেওঁলোকে প্ৰশ্ন তুলিছে, ছবিখনক লৈ ইমান গুৰুত্বৰে বাতৰি প্ৰচাৰ কৰাসকল ডিমাপুৰৰ শেহতীয়া বানপানীৰ সময়ত ক’ত আছিল?

বিয়াৰ ছবি এখনক ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে অপৰাধ বুলি ধৰা উচিত নহয় বুলিও মন্তব্য কৰিছে আৰু কৈছে, বহুলোকৰ এনে ফটো তেওঁলোকে দেখুৱাব পাৰিব আৰু তেতিয়া প্ৰশাসনে একেই পদক্ষেপ ল’বনে?

ডিমাপুৰ আৰক্ষীয়ে ১৩ নৱেম্বৰত ঘটনা সংক্ৰান্তত সংগঠনটোৰ এত’ চুমি আৰু মুগাহ’ নামৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰিছিল।

দৰা-কইনাহালকো গ্ৰেপ্তাৰ কৰা হৈছিল কিন্তু পিছত তেওঁলোকক জামিনত মুকলি কৰি দিয়া হয়।

অস্ত্ৰধাৰী দৰা-কইনাৰ ছবিয়ে সংবাদশীৰ্ষ দখল কৰাৰ পিছত নাগালেণ্ডৰ আৰক্ষী সঞ্চালকপ্ৰধান টি জং লংকুমেৰে ব্যৱস্থাগ্ৰহণৰ নিৰ্দেশ দিয়া বুলি বাতৰিত প্ৰকাশ।

নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰৱিয়েও ইতিমধ্যে আৰক্ষী সঞ্চালকপ্ৰধানক ঘটনাটো সন্দৰ্ভত “এটা অপৰাধমূলক গোচৰ পঞ্জীয়ন, বন্দুকসমূহ জব্দ আৰু দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ” কৰিবলৈ নিৰ্দেশ দিছিল।

দৰা-কইনাৰ ছবিখনত দুয়ো এ কে ৫৬ আৰু এম ১৬ বন্দুক লৈ থকা দেখা গৈছিল।

দৰাৰ লগতে কইনাৰ দেউতাকো সংগঠনটোৰ এজন শীৰ্ষ নেতা।

যোৱা ৯ নৱেম্বৰত ডিমাপুৰৰ ৫ মাইলত বিয়াখনৰ অভ্যৰ্থনা অনুষ্ঠিত হৈছিল।

এন এছ চি এন (আই এম) আৰু এন এছ চি এন (কে)ৰ মাজত হোৱা বিভাজন আঁতৰোৱাৰ লক্ষ্যৰে ২০০৭ চনত এন এছ চি এন (ইউ) গঠন হৈছিল।

ভদ্ৰ গগৈ

ভদ্ৰ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd