• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

PGSU Election Result of GU: গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা; ৫ টা পদত বিজয়ী NSUI

সাধাৰণ সম্পাদককে ধৰি ৫ টা পদত বিজয়ী NSUI; ছাত্ৰ মুক্তিয়ে দখল কৰিলে উপ সভাপতিৰ পদ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
December 1, 2021 6:52 pm
WhatsApp Image 2021-12-01 at 6.33.23 PM
406
VIEWS
Share on FacebookShare on Twitter

PGSU Election Result of GU বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২১-২২ বৰ্ষৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ল।

ফলাফল অনুসৰি সভাপতি পদত আছুৰ হেমেন কলিতাই জয়লাভ কৰে।

উপ সভাপতি পদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নবদ্বীপ বৰগোহাঁইয়ে জয় লাভ কৰে।

ঠিক সেইদৰে সাধাৰণ সম্পাদক পদত NSUI ৰ বিকি শৰ্মাই জয়লাভ কৰে।

সহকাৰী সাধাৰণ সম্পাদক পদত জয়লাভ কৰে NSUI ৰ ৰশ্মি কলিতাই।

ইয়াৰোপৰি, তৰ্ক আৰু আলোচনা বিভাগত অসম ছাত্ৰ পৰিষদৰ ভাস্বতী দেৱীয়ে জয় লাভ কৰে।

Also Read: বহিৰাগতৰ হাতত অসমতেই অপমানিত অসমীয়া; শিৱসাগৰত জাতীয় সংগ্ৰামী সেনা অসমৰ প্ৰতিবাদ

আনহাতে, সাহিত্য সম্পাদকৰ পদত জয় লাভ কৰে NSUI ৰ জ্ঞান প্ৰতিম শৰ্মাই।

সাংস্কৃতিক সম্পাদক পদত অসম ছাত্ৰ পৰিষদৰ দিশা শৰ্মাই জয়লাভ কৰে।

তদুপৰি, সাধাৰণ ক্ৰীড়া সম্পাদক পদত NSUI ৰ গণেশ বড়োৱে জয়লাভ কৰে।

গুৰু ক্ৰীড়া বিভাগত জয়লাভ কৰে ABVP ৰ খৰামদাও বসুমতাৰীয়ে ।

Also Read:চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন

লঘু ক্ৰীড়া বিভাগত আছুৰ বিক্ৰম হাজৰিকাই জয়লাভ কৰে।

শৰীৰ চৰ্চা সম্পাদক পদত জয়লাভ কৰে আছুৰ পল্লব হাজৰিকাই।

সমাজ সেৱা সম্পাদক বিভাগত NSUIৰ বিষুৱ মেধিয়ে জয়লাভ কৰে। সংগীত সম্পাদক পদত আছুৰ প্ৰত্যাশি কলিতাই জয়লাভ কৰে।

ছাত্ৰী জিৰণি কোঠাৰ সম্পাদক পদত জয়লাভ কৰে ABVP ৰ মুন মল্লিকে।

Also Read:Omicron Threat: দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অহা ৬ জন ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’না

ছাত্ৰ জিৰণি কোঠাত অসম ছাত্ৰ পৰিষদৰ অবিড আৰমান তপদাৰে জয়লাভ কৰে।

সৰ্বমুঠ NSUI ৰ ৫ টা পদত জয়লাভ কৰাৰ বিপৰীতে আছুৰ ৪ টা পদত, অসম ছাত্ৰ পৰিষদে ৩ টা, ABVP য়ে দুটা পদত আৰু SMSS য়ে ১ টা পদ লাভ কৰিবলৈ সক্ষম হয়। 

Recent News

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

অবৈধ বালি খননৰ খবৰ প্ৰকাশ কৰা মধ্যপ্ৰদেশৰ দুই সাংবাদিকক সুৰক্ষা প্ৰদান উচ্চতম ন্যায়ালয়ৰ

অবৈধ বালি খননৰ খবৰ প্ৰকাশ কৰা মধ্যপ্ৰদেশৰ দুই সাংবাদিকক সুৰক্ষা প্ৰদান উচ্চতম ন্যায়ালয়ৰ

ৰাজাক হত্যা কৰিবলৈ ভাড়াতীয়া হত্যাকাৰী! জেৰাৰ সময়ত প্ৰাক্তনৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ সোণমৰ

ৰাজাক হত্যা কৰিবলৈ ভাড়াতীয়া হত্যাকাৰী! জেৰাৰ সময়ত প্ৰাক্তনৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ সোণমৰ

লোকেল ট্ৰেইনত প্ৰচণ্ড ভিৰৰ হেঁচা; মুম্বাইত ৰে’ললাইনত পৰি গৈ কমেও ৬ জন যাত্ৰীৰ মৃত্যু

লোকেল ট্ৰেইনত প্ৰচণ্ড ভিৰৰ হেঁচা; মুম্বাইত ৰে’ললাইনত পৰি গৈ কমেও ৬ জন যাত্ৰীৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd