• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুই সংগীক লৈ দলবদ্ধ ধৰ্ষণৰ চেষ্টা চিকিৎসকৰ; ব্লেডেৰে যৌনাংগ কাটি দিলে নাৰ্ছে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2024 3:22 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলকাতাৰ আৰ জি কৰ হাস্পতালৰ ঘটনাক লৈ সমগ্ৰ দেশতে প্ৰতিবাদৰ সৃষ্টি হৈছে। কিন্তু তাৰপিছতো স্বাস্থ্যকৰ্মীৰ ওপৰত আক্ৰমণ কমি অহা নাই। এইবাৰ বিহাৰৰ এখন চিকিৎসালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এগৰাকী নাৰ্ছক দলবদ্ধ ধৰ্ষণৰ চেষ্টা চলোৱা হয়। অৱশ্যে সাহসেৰে প্ৰত্যাক্ৰমণ কৰি নাৰ্ছগৰাকীয়ে কোনোৰকমে প্ৰাণ বচালে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

নাৰ্ছগৰাকীয়ে আক্ৰমণকাৰীৰ যৌনাংগ ব্লেডেৰে কাটি পেলায়! বিহাৰৰ গংগাপুৰৰ আৰ বি এছ হেল্থকেয়াৰ চেণ্টাৰত সংঘটিত হৈছে এই ঘটনা।

চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকে সংগীৰ সৈতে নাৰ্ছগৰাকীক দলবদ্ধ ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল! অৱশ্যে অভিযুক্ত চিকিৎসকৰ যৌনাংগত ব্লেডেৰে আঘাত কৰি পলায়ন কৰে। কেইঘণ্টামান লুকাই থাকি পুলিচক ফোন কৰে। পিছত আৰক্ষী আহি অভিযুক্তক গ্ৰেপ্তাৰ কৰে। তেওঁলোক হৈছে চিকিৎসালয়খনৰ অন্যতম প্ৰশাসক ডাঃ সঞ্জয় কুমাৰ আৰু তেওঁৰ দুই সংগী সুনীল কুমাৰ গুপ্তা আৰু অৱধেশ কুমাৰ।

Apply Now

লগতে পঢ়কঃ চীনৰ য়ুহানৰ সেই ‘কুখ্যাত’ লেবৰেটৰীতে প্ৰস্তুত হৈছে কৰ’নাৰ ‘মহৌষধ’ নেনোভেকচিন!

যোৱা বুধবাৰে নিশা সস্তিপুৰ জিলাৰ মুছৰিঘৰাৰাৰী থানা এলেকাত সংঘটিত হয় এই ঘটনা। নাৰ্ছগৰাকীয়ে আৰক্ষীক জনোৱা মতে, তেওঁ নৈশ কৰ্তব্য শেষ কৰি ঘৰলৈ উভতি যাবলৈ সাজু হৈছিল। সেই সময়ত তিনিজন লোকে তেওঁক আক্ৰমণ কৰিছিল। ধৰ্ষণৰ চেষ্টা কৰা হৈছিল। যিহেতু সেই সময়ত তেওঁৰ হাতত ব্লেড আছিল, সেয়েহে তেওঁ সেইখনেৰে আক্ৰমণকাৰীসকলক প্ৰত্যাক্ৰমণ কৰিছিল।

এই ঘটনাত চিকিৎসকৰ যৌনাংগ কটা যায়। যেতিয়া ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত বাকী কোনোৱেই আগবাঢ়ি যাবলৈ সাহস কৰা নাছিল। সুযোগ লৈ ভুক্তভোগীগৰাকীয়ে পলায়ন কৰে।

নাৰ্ছগৰাকীয়ে লগতে আৰক্ষীক জনোৱা মতে, আটাইকেইজন অভিযুক্তই মদ্যপান কৰিছিল। তেওঁ হস্পিতালৰ পৰা ওলাই আহি পথাৰ এখনৰ জোপোহাত লুকাই থাকিল। তাৰ পৰাই তেওঁ পুলিচক ফোন কৰিলে। অলপ সময়ৰ ভিতৰতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ প্ৰথমে তেওঁৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে পিছত তিনিওজনক চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়কঃমায়াজাল! পত্নীকো লাগে, প্ৰেমিকাকো এৰিব নিবিচাৰে; ৪ বছৰৰ লীলা-খেলাৰ অন্তত সোমাল জেলত

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে সুৰাৰ বটল, নাৰ্ছে ব্যৱহাৰ কৰা ব্লেড, তেজৰ দাগ লগা কাপোৰ আৰু তিনিটা মোবাইল ফোন। ধৰ্ষণৰ চেষ্টাৰ উপৰিও অভিযুক্তৰ বিৰুদ্ধে অবৈধভাৱে সুৰা সেৱনৰ অভিযোগো দাখিল কৰা হৈছে। কিয়নো বিহাৰত মদ নিষিদ্ধ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd