• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাইলাকান্দিত নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ দ্বাৰা জীৱন দক্ষতা প্ৰশিক্ষণ শিবিৰৰ আয়োজন

NE NOW NEWS ৰাহুল চক্ৰবৰ্তী
হাইলাকান্দি , August 24, 2018 5:43 pm

1 min read

IMG-20180824-WA0007
79
VIEWS
Share on FacebookShare on Twitter

হাইলাকান্দিত এটা কিশোৰ-কিশোৰীৰ বাবে জীৱন দক্ষতা প্ৰশিক্ষণ শিবিৰৰ ( Life Skill Training for Adolescent Youth) আয়োজন কৰা হৈছে। ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ পৃষ্ঠপোষকতাত এই শিবিৰটোৰ আয়োজন কৰিছে নেহৰু যুৱ কেন্দ্ৰ সংগঠনে। আজি আৰম্ভ হোৱা অনাৱাসিক (non-residential) জীৱন দক্ষতা প্ৰশিক্ষণ শিবিৰৰ অহা ৩০ আগষ্টত সামৰণি পৰিব বুলি উদ্যোক্তসকলে জনাইছে। এই শিবিৰটো বিষয়াসকলঅৱসৰ বিনোদন ক্লাবত আয়োজন কৰা হৈছে।

এই প্ৰশিক্ষণ শিবিৰটোত ১০ৰ পৰা ১৯ বছৰৰ ভিতৰৰ ৪০ গৰাকী কিশোৰ-কিশোৰীয়ে যোগদান কৰিছে।

শিবিৰটো উদ্বোধন কৰিছে স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সচিব ড০ অভিজিৎ বসুৱে। উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল বিদ্যালয় পৰিদৰ্শক ৰাজীৱ কুমাৰ ঝা, পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জে ইছলাম।

ইয়াৰ পূৰ্বে নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ জিলা সমন্বয়ক শেখৰ ৰঞ্জন দেবে ‘জীৱন দক্ষতা’ক দৈনন্দিন জীৱনৰ বিভিন্ন প্ৰয়োজন আৰু পৰিৱৰ্তনৰ সৈতে তাল মিলাই চলিবলৈ তথা ইতিবাচক আচৰণেৰে পৰিস্থিতিৰ সৈতে দক্ষতাৰে মুখামুখি হ’বলৈ প্ৰদান কৰা ক্ষমতা বুলি ব্যাখ্যা কৰিছে বিশ্ব স্বাস্থ্য সন্থাই। তেওঁ আৰু কয়, ‘বহলাই ক’বলৈ হ’লে জীৱন দক্ষতাৰ তিনিটা ক্ষেত্ৰ আছে  সেয়া হৈছে চিন্তাৰ দক্ষতা, সামাজিক দক্ষতা আৰু বন্দোৱস্ত কৰাৰ দক্ষতা।’

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd