• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, April 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শোকাৱহ: বিয়াৰ মণ্ডপতে কান্দি কান্দি মৃত্যুক সাৱটিলে কইনাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 6, 2021 3:35 pm

1 min read

a bride
406
VIEWS
Share on FacebookShare on Twitter

আন দহগৰাকী যুৱতীৰ দৰেই তেওঁৰো মন আছিল বিয়াৰ পিছত এখন সুখৰ সংসাৰ গঢ়াৰ।

কিন্তু বিধাতাই সেয়া হ’বলৈ নিদিলে। বিয়াৰ দিনাই বিয়াৰ মণ্ডপতে কান্দি কান্দি মৃত্যুক সাৱটি কইনাই।

এই শোকৱহ ঘটনাটো ঘটিছে ওড়িশাত।

যোৱা নিশা ওড়িশাৰ সোণপুৰৰ জুলুন্দা নামৰ গাঁও খনত টেটেলগাঁও নিবাসী বিছিকেছনৰ সৈতে বিয়াত বহিছিল গুপ্তেশ্বৰী চাহু নামৰ যুৱতীগৰাকীয়ে।

গুপ্তেশ্বৰীক সকলোৱে ৰোজী বুলিয়েই মাতে।

পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হোৱা বিয়া এটা সময়ত শেষো হৈছিল।

বিয়াৰ সকলো বিধি-বিধান পালনৰ পিছত কইনাক দৰা ঘৰলৈ উলিয়াই দিয়াৰ সময় সমাগত হৈছিল।

দৰা ঘৰলৈ বুলি উলিয়াই দিয়াৰ সময়তে আন দহ গৰাকী কইনাৰ দৰেই ৰোজীয়েও হিয়া ঢাকুৰি কান্দিছিল।

এনেদৰে কান্দি কান্দি এটা সময়ত ৰোজী অজ্ঞান হৈ পৰিছিল।

ৰোজীৰ হাত ভৰি মালিচ কৰি, মুখত পানী চটিয়াই জ্ঞান ঘূৰাই আনিবলৈ চেষ্টা কৰা হৈছিল যদিও সকলো চেষ্টাই বিফল হৈছিল।

অৱশেষত অজ্ঞান হৈ পৰা ৰোজীক লৈ যোৱা হৈছিল দুৰংগীপল্লী সামূহিক চিকিৎসাকেন্দ্ৰলৈ।

চিকিৎসালয়ত চিকিৎসকে ৰোজীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা বুলি প্ৰকাশ কৰে।

আজি পুৱা মৰণোত্তৰ পৰীক্ষাৰ পিছত কইনাৰ সাজেৰেই ৰোজীৰ মৃতদেহ গটাই দিয়া হয় পৰিয়ালৰ লোকৰ হাতত।এই মৃত্যুৱে এতিয়া সমগ্ৰ ৰাজ্য খনতে শোকৰ ছাঁ পেলাইছে।

Recent News

a ccc

কামৰূপ মেট্ৰ’ৰ শিক্ষানুষ্ঠান বন্ধ সন্দৰ্ভত জিলা উপায়ুক্তক সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ  প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd