DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নিৰ্ভয়া কাণ্ডৰ তদন্তৰ নেতৃত্ব দিয়া ছায়া শৰ্মাক দিল্লী আৰক্ষীৰ যুটীয়া আয়ুক্ত হিচাপে নিযুক্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2021 9:38 am
Nirbhaya gang rape case
203
VIEWS
Share on FacebookShare on Twitter

২০১২ চনৰ সমগ্ৰ দেশ কঁপাই যোৱা নিৰ্ভয়া দলবদ্ধ ধৰ্ষণৰ নিৰ্মম ঘটনাৰ তদন্তৰ নেতৃত্ব দিয়া আৰু কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ছায়া শৰ্মাক মঙলবাৰে জাৰি কৰা এক চৰকাৰী নিৰ্দেশ অনুসৰি দিল্লী আৰক্ষীৰ যুটীয়া আয়ুক্ত (অৰ্থনৈতিক অপৰাধ শাখা) হিচাপে নিযুক্তি দিয়া হৈছে।

যোৱা বৰ্ষৰ ২৭ জুলাইত তেখেতক কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল।

উল্লেখ্য যে ২০১২ চনত দিল্লীৰ আৰক্ষী উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকোঁতে নিৰ্মম নিৰ্ভয়া দলবদ্ধ ধৰ্ষণৰ গোচৰৰ তদন্তৰ নেতৃত্ব দিছিল।

মহিলা আৰক্ষী বিষয়াৰ ভূমিকা পুনৰ সংজ্ঞায়িত কৰাৰ বাবে তেওঁক ২০১৯ এছিয়া চছাইটি গেম চেঞ্জাৰ বঁটাৰ বাবে বাছনি কৰা হৈছিল।

AGMUT কেডাৰৰ ১৯৯৯ বৰ্ষৰ IPS বিষয়া ছায়া শৰ্মাই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত ডিজিআই হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে।

Recent News

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Assam Career

Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী পদ, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd