DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৱসৰ কটাবলৈ গৈ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ৰাফেল যুদ্ধবিমানৰ নিৰ্মাতা অলিভিয়েৰ দাছোৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2021 10:05 am
Rafele -Oliviar Dasso
384
VIEWS
Share on FacebookShare on Twitter

হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ফৰাচী ধনকুবেৰ তথা ৰাজনীতিবিদ অলিভিয়েৰ দাছোই। দেওবাৰে উত্তৰ ফ্ৰান্সৰ ডিউভিলৰ ওচৰত অৱস্থিত নৰমাণ্ডিত অৱসৰ কটাবলৈ যোৱাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো।

বাতৰি অনুসৰি, যান্ত্ৰিক কাৰণতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে যদিও দুৰ্ঘটনাৰ বিতং তদন্ত চলাই থকা হৈছে।

দেওবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৬বজাত হেলিকপ্টাৰখন ভাঙি পৰে। ঘটনাস্থলীতে দাছো আৰু পাইলটৰ মৃত্যু হয়।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোই দাছোৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে অলিভিয়েৰ দাছোৱে অন্তৰেৰে ফ্ৰান্সক ভাল পাইছিল। তেওঁ আছিল ফ্ৰান্সৰ উদ্যোগ জগতৰ মহানায়ক।

উল্লেখযোগ্য যে ভাৰতীয় সেনা বাহিনীত অন্তৰ্ভুক্ত কৰা বহুলভাৱে চৰ্চিত ৰাফেল যুদ্ধবিমানৰ নিৰ্মাতা হিচাপেও দাছো পৰিচিত। তেওঁৰ সংস্থাই এই যুদ্ধবিমান নিৰ্মাণ কৰিছে। দাছো ‘লেফিগাৰো’ নামৰ প্ৰসিদ্ধ সংবাদপত্ৰৰো মালিক আছিল।

ফ্ৰান্সৰ অনত্যতম ধনাঢ্য পৰিয়াল দাছো বিশ্বৰ ধনীৰ তালিকাত ৩৬১নম্বৰ স্থানত আছে। ২০২০বৰ্ষৰ ফ’ৰ্বছৰ তালিকা অনুসৰি অলিভিয়েৰৰ সম্পত্তিৰ পৰিমান প্ৰায় ৬০০কোটি ইউৰো।

Recent News

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd