DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২১ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ভাৰত-ৱেষ্ট ইণ্ডিজৰ মেচ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2018 7:38 am
g-570x320

ফাইল ফটো

91
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ বৰ্ষাপাৰা এ চি এৰ ক্ৰিকেট ষ্টেডিয়ামত অহা মাহত অনুষ্ঠিত হ’ব দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ। ঘৰুৱা দল ভাৰতে ২১ অক্টোবৰত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত মুখা মুখি হ’ব বৰ্ষাপাৰা ষ্টেডিয়ামত। মঙলবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) এই কথা জানিবলৈ দিয়ে।

ইংলেণ্ড ভ্ৰমণ আৰু এছিয়া কাপ সমাপ্ত হোৱাৰ পাছতে ভাৰতৰ সৈতে এটা পূৰ্ণাংগ শৃংখলা খেলিবলৈ ভাৰতত উপস্থিত হ’ব কেৰিবিয়ান দলটো। ভ্ৰমণকাৰী দলটোৱে ভাৰতৰ সৈতে দুখন টেষ্ট, পাঁচখন এদিনীয়া আৰু তিনিখন টি ২০ত প্ৰতিদ্বণ্ডিতা আগবঢ়াব। টেষ্ট মেচেৰে শৃংখলাটো আৰম্ভ হ’ব ৪ অক্টোবৰৰ পৰা।

মঙলবাৰে বি চি চি আইয়ে ঘোষণা কৰা সূচী অনুসৰি প্ৰথম টেষ্ট ৪ অক্টোবৰৰ পৰা ৰাজকোট আৰু দ্বিতীয়খন ১২ অক্টোবৰৰ পৰা হায়দৰাবাদ অনুষ্ঠিত হ’ব। আনহাতে এদিনীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়া ২১ অক্টোবৰত গুৱাহাটীত, দ্বিতীয় এদিনীয়া ২৪ অক্টোবৰত ইন্দোৰত, তৃতীয় এদিনীয়া ২৭ অক্টোবৰত পুনেত, চতুৰ্থ এদিনীয়া ২৯ অক্টোবৰত মুম্বাইত আৰু পঞ্চম এদিনীয়া ১ নবেম্বৰত টিৰুৱানন্থপুৰমত অনুষ্ঠিত হ’ব।

ইফালে শৃংখলাটোৰ প্ৰথমখন টি ২০ ৪ নবেম্বৰত কলকাতাত, দ্বিতীয়খন ৬ নবেম্বৰত লক্ষ্ণৌত আৰু ১১ নবেম্বৰত চেন্নাইত অনুষ্ঠিত হ’ব তৃতীয়খন টি ২০ মেচ।

উল্লেখ্য যে ২১ অক্টোবৰত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় দিবা-নৈশ এদিনীয়া ক্ৰিকেট মেচ। অসমবাসীৰ বাবে বহু প্ৰতিক্ষিত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ মেচখনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে গুৱাহাটীৰ ক্ৰিকেট প্ৰেমী।

যোৱা বছৰ ১১ অক্টোবৰত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত সফলতাৰে অনুষ্ঠিত হৈ যোৱা টি ২০ খেলখনৰ পিছত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এইখন হ’ব দ্বিতীয়খন আন্তৰ্জাতিক ক্ৰিকেট খেল।

Recent News

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Singapore Chief Justice In Supreme Court

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ লগতে বহিল ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন

তাচপাতৰ দৰে খহিছে আদানীৰ সম্পত্তি : ২০ৰ পৰাও বাহিৰ আদানী

তাচপাতৰ দৰে খহিছে আদানীৰ সম্পত্তি : ২০ৰ পৰাও বাহিৰ আদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd