• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিল্পী দিৱসৰ দিনাই জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াৰ আহ্বান: প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি গৌৰৱ গগৈৰ বিশেষ অনুৰোধ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2026 9:06 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। নিৰ্বাচনী কুচকাৱাজৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যস্ত হৈ থকা গগৈয়ে আজিৰ পৰা নামনি অসমত এক বিশেষ পদযাত্ৰা আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ আৰম্ভণিতে নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত আশিস গ্ৰহণ কৰি তেওঁ ৰাজীৱ ভৱনলৈ ৰাওনা হয় আৰু সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

শিল্পী দিৱসৰ এই পবিত্ৰ ক্ষণত গৌৰৱ গগৈয়ে এক নতুন সংকল্পৰ কথা ঘোষণা কৰে। তেওঁ কয় যে এখন ‘বৰ অসম’ গঢ়াৰ সপোন লৈ ৰাইজ একত্ৰিত হৈছে আৰু ২০২৬ চনৰ নিৰ্বাচনক লৈ জনসাধাৰণৰ মাজত এক নতুন উছাহ দেখা গৈছে। বৰ্তমানৰ চৰকাৰক সমালোচনা কৰি তেওঁ অভিযোগ কৰে যে বিজেপিৰ শাসনত অসমত অপশাসন চলিছে আৰু কেৱল এটা বিশেষ পৰিয়ালৰহে সৰ্বাংগীণ উন্নতি হৈছে। সাধাৰণ জনতাৰ শিক্ষা, স্বাস্থ্য আৰু সংস্থাপনৰ পৰিৱৰ্তে চৰকাৰে কেৱল নিজৰ দলীয় কৰ্মীসকলকহে সুবিধা দি থকা বুলি তেওঁ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

Apply Now

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সন্দৰ্ভতো গৌৰৱ গগৈয়ে গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীক অসমলৈ স্বাগতম জনাই তেওঁ কয় যে অসমৰ প্ৰধান সমস্যা বানপানী আৰু গৰাখহনীয়া সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে অধিক গুৰুত্ব দিব লাগে। কাজিৰঙাৰ এলিভেটেড কৰিডৰ নিৰ্মাণৰ নামত ধূলি-বালি আৰু শব্দ প্ৰদূষণে বন্যপ্ৰাণীৰ ওপৰত কেনে বিৰূপ প্ৰভাৱ পেলাব, সেই বিষয়েও তেওঁ সন্দেহ প্ৰকাশ কৰে। লগতে মথাউৰি মেৰামতিৰ কামত পুঁজি বিনিয়োগ কৰিলেহে ৰাইজ প্ৰকৃততে উপকৃত হ’লহেঁতেন বুলি তেওঁ দাবী কৰে।

আটাইতকৈ চৰ্চিত বিষয়টো হ’ল জুবিন গাৰ্গক লৈ গগৈয়ে কৰা মন্তব্য। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰীক আহ্বান জনাই কয় যে আজি শিল্পী দিৱসৰ এই বিশেষ দিনটোতে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক ‘ভাৰতৰত্ন’ বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিব লাগে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰোঁতে জুবিনক্ষেত্ৰলৈ নোযোৱাক লৈও তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছিল। এইবাৰ অন্ততঃ প্ৰধানমন্ত্ৰীয়ে জুবিন গাৰ্গক উচিত সন্মান দি জুবিনক্ষেত্ৰ ভ্ৰমণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে আজি সৰুসজাইত এক বিশাল কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু কাইলৈ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ ভূমি পূজন কৰিব। এনে এক সময়তে গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ বাবে ভাৰতৰত্ন দাবী কৰা বিষয়টোৱে এতিয়া সৰ্বত্ৰে বিশেষ চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd