• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আত্মৰক্ষাৰ বাবে দৌৰাৰ পৰিৱৰ্তে কাজিৰঙাৰ বনকৰ্মীয়ে গুলীয়াই হত্যা কৰিলে খেদি অহা গঁড়ক

NE NOW NEWS উত্তম শইকীয়া
কাজিৰঙা , August 27, 2018 8:50 pm

1 min read

IMG-20180827-WA0047
105
VIEWS
Share on FacebookShare on Twitter

আজি সন্ধিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হয় এক অবাঞ্চিত ঘটনা। এইবাৰ চোৰাং চিকাৰীৰ গুলীত নহয় বনকৰ্মীৰ গুলীতহে মৃত্যুক আকোৱালি ল’বলগীয়া হয় এজনী মাইকী গঁড়ে। কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ তামুলীপথাৰ বন শিবিৰৰ উত্তৰে থকা কাপোৰ খচা বিলৰ পাৰত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে উক্ত এলেকাত বনৰক্ষীয়ে পহৰা দি থকা অৱস্থাত উদ্যানখনৰ পৰা ওলাই অহা এজনী মাইকী গঁড়ে এজন বনকৰ্মীক আক্ৰমণৰ লক্ষ্যৰে খেদি আহিছিল। আৰু লগে লগে বনকৰ্মীজনে প্ৰাণ ৰক্ষাৰ বাবে গঁড়টোলৈ লক্ষ্য কৰি গুলী চলায়।

উল্লেখ্য যে গঁড়টোক খেদি পঠিয়াবলৈ চলোৱা গুলী গাত লাগি থিতাতে মৃত্যু হয় গঁড়জনীৰ। এই ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে।

ইতিমধ্যে ঘটনাস্থলীলৈ কাজিৰঙাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া ৰোহিনী বল্লভ শইকীয়া ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। মৃত্যু হোৱা গঁড়জনীৰ খড়্গ উদ্ধাৰ কৰিছে বন কৰ্মীয়ে। তাৰোপৰি ঘটনা সন্দৰ্ভত এক বিভাগীয় তদন্তৰো ঘোষণা কৰিছে বন বিষয়াগৰাকীয়ে।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd