• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঘৃণামূলক সাম্প্ৰদায়িক ভাষণ: উত্তৰাখণ্ড, হিমাচল প্ৰদেশ চৰকাৰলৈ সতৰ্কবাণী উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 27, 2022 12:51 pm
Supreme Court on hate speech
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত শেহতীয়াকৈ মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে উদ্বেগজনকভাৱে বৃদ্ধি পাই অহা সাম্প্ৰদায়িক ভাবুকিৰ তথা মন্তব্যৰ মাজতে এক গুৰুত্বপূৰ্ণ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ে কিছুদিন পূৰ্বে উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত উগ্ৰ হিন্দুত্ববাদী এচাম ধৰ্মগুৰু তথা নেতাই মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা সাম্প্ৰদায়িক ঘৃণা ভাষণ সন্দৰ্ভত ৰাজদুখনৰ চৰকাৰলৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে।

Apply Now

“যদি ঘৃণামূলক ভাষণ বন্ধ কৰা নহয়, তেন্তে উত্তৰাখণ্ডৰ মুখ্য সচিবক দায়বদ্ধ কৰা হ’ব। আমি মুখ্য সচিবক আদালতলৈ মাতি আনিম।”- উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয়।

ঘৃণামূলক ভাষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় শীৰ্ষ আদালতে। লগতে ঘৃণামূলক সাম্প্ৰদায়িক ভাষণ বন্ধ কৰিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে ন্যায়ালয়ে।

আন এক পৃথক শুনানিত উচ্চতম ন্যায়ালয়ে এই মাহৰ আৰম্ভণিতে হিমাচল প্ৰদেশ চৰকাৰক ৰাজ্যখনত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানক সন্দৰ্ভত তীব্ৰ ভৎসৰ্না কৰে।

উক্ত অনুষ্ঠানত মুছলমানসকলৰ বিৰুদ্ধে আয়োজকসকলে সাম্প্ৰদায়িক ভাবুকি প্ৰদান কৰাৰ লগতে হিন্দুসকলক হিংসাৰ আশ্ৰয় ল’বলৈ আহ্বান জনাইছিল।

“চৰকাৰে এনে কাৰ্যকলাপ বন্ধ কৰিব লাগিব। এই ক্ষেত্ৰত কোনো প্ৰতিৰোধমূলক ব্যৱস্থা লোৱা হৈনে নে এই বিষয়ে ৰাজ্য চৰকাৰে আমাক জনাব লাগিব।”- ন্যায়ালয়ে কয়।

লগতে আদালতে শাসনাধিষ্ঠ বিজেপি চৰকাৰক সাম্প্ৰদায়িক বক্তব্যৰে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰা বক্তাৰ বিৰুদ্ধে কিয় তৎক্ষণাৎ পদক্ষেপ লোৱা নাই এই বিষয়তো প্ৰশ্ন উত্থাপন কৰে।

ৰাজ্য চৰকাৰক সতৰ্ক কৰি বিচাৰপীঠে কয়, “চৰকাৰে ৭ মে’ৰ ভিতৰত এখন শপতনামা দাখিল কৰিব লাগিব। লগতে এনে ঘটনা প্ৰতিৰোধ কৰিবলৈ কি পদক্ষেপ লোৱা হৈছে সেয়া আমাক জনাব লাগিব।”

“এনেধৰণৰ ঘটনাবোৰ হঠাতে নহয়। এইবোৰৰ আগতীয়াকৈ পৰিকল্পনা কৰা হয়। চৰকাৰে লগে লগে কিয় কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল? উচ্চতম ন্যায়ালয়ৰ ইতিমধ্যে এই সন্দৰ্ভত নিৰ্দেশনা আছে।”— ন্যায়াধীশসকলে লগতে কয়।

উল্লেখ্য যে যোৱা ডিচেম্বৰত বিজেপি শাসিত উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত তিনিদিনীয়া ধৰম সংসদত কেইবাগৰাকীও হিন্দুত্ববাদী ধৰ্মগুৰুৱে মুছলমানসকলৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়াৰ লগতে মুছলমানক হত্যাৰ বাবে হিন্দু ধৰ্মাৱলম্বীক অস্ত্ৰ তুলি ল’বলৈ আহ্বান জনাইছিল।

চলিত মাহৰ আৰম্ভণিতে অনুষ্ঠানটোৰ এজন মুখ্য উদ্যোক্তা য়াতি নৰসিংহানন্দই জামিনৰ চৰ্তাৱলী উলংঘা কৰি হিমাচল প্ৰদেশৰ উনাত ধৰ্মীয় সন্মিলনত বক্তব্য ৰাখিছিল।

উক্ত অনুষ্ঠানতো নৰসিংহানন্দই হিন্দুসকলক অস্ত্ৰ তুলি মুছলমান গণহত্যাৰ মুকলি আহ্বান জনাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am
উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 29, 2026 7:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am
উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd