• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শিশু আৰু যুৱ প্ৰজন্মৰ ধঁপাত সেৱন নিৱাৰণৰ বাবে ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান VHAI ৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 30, 2020 3:27 pm

2 min read

index.jpg222
424
VIEWS
Share on FacebookShare on Twitter

বিশ্ব ধঁপাত বিৰোধী দিৱস(WNTD) ২০২০ উপলক্ষে ভলেণ্টেৰী হেলথ এছোচিয়েছন অৱ ইণ্ডিয়াই সকলো শিশু আৰু যুৱ প্ৰজন্মৰ ধঁপাত সেৱন নিৱাৰণৰ বাবে চৰকাৰ আৰু অন্যান্য অংশীদাৰ সমূহক আহ্বান জনাইছে।

বিশ্ব ধঁপাত বিৰোধী দিৱস (WNTD) ৰ এই বৰ্ষৰ বিষয়ৰ ওপৰত লক্ষ্য ৰাখি ভলেণ্টাৰী হেলথ এছোচিয়েছন অৱ ইণ্ডিয়াই ধঁপাত সেৱনৰ ভয়াৱহতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত সজাগতা আৰু স্বাক্ষৰ অভিযান চলাই।

‘গ্লোবেল এডাল্ট তবেক’ চাৰ্ভে (GATS)’ ৰ ৰিপোৰ্ট অনুযায়ী ভাৰতবৰ্ষত ২০০৯ ৰ পৰা ২০১৭ ৰ ভিতৰত ৩৪.৬% ৰ পৰা ২৮.৬% লৈ ধঁপাতৰ ব্যৱহাৰ হ্ৰাস পাইছে, কিন্তু তাৰ বিপৰীতে অসমত ৩৯.৩% ৰ পৰা ৪৮.২% লৈ ধঁপাতৰ ব্যৱহাৰ বৃদ্ধি পাইছে।

শিশু আৰু যুৱ প্ৰজন্মক ধঁপাত সেৱনৰ পৰা ৰক্ষা কৰিবলৈ ভলেণ্টাৰী হেলথ্ এছোচিয়েছন অৱ ইণ্ডিয়াই ৰাজ্য চৰকাৰক ‘চিগাৰেট আৰু অন্য ধঁপাত জাতীয় সামগ্ৰি উৎপাদন আইন (COTPA), ২০০৩’ ৰাজ্যত প্ৰযোজ্য কৰিবলৈ অনুৰোধ জনায়।

এই বৰ্ষৰ বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ বিষয়, WNTDৰ উদ্দেশ্য হ’ল যুৱ প্ৰজন্মক ধঁপাত উদ্যোগৰ ৰণনীতিৰ বিৰুদ্ধে সজাগ কৰা।

WHO ৰ মতে প্ৰত্যেক বছৰে ধঁপাত উদ্যোগ বোৰে ধঁপাত সামগ্ৰীৰ বিজ্ঞাপনৰ কাৰণে ৯ বিলিয়ন আমেৰিকান ড’লাৰ প্ৰৰ্যন্ত খৰছ কৰে। ক্ৰমবৰ্ধমান ধঁপাত সেৱনে প্ৰতি বছৰে ৮০ লাখ লোকৰ মৃত্যু ঘটায়, লগতে ধঁপাত সামগ্ৰী বিক্ৰীৰ বাবে মূলত যুৱ প্ৰজন্মক লক্ষ্য কৰে।

ভলেণ্টাৰী হেলথ এছোচিয়েছন অৱ ইণ্ডিয়া এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেচৰকাৰী স্ংস্থা।

জনস্বাস্থ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশত এই সংস্থাটোৱে কাম কৰি আছে।

যেনে- অসংক্ৰমিত ৰোগ (NCD), ভেক্টৰ বৌণ্ড, খাদ্য আৰু পুষ্টিৰ সুৰক্ষা, টিকাকৰণ, আৰু বৰ্তমান সমগ্ৰ দেশৰ লগতে অসমতো মহামাৰীৰ ৰূপ লোৱা কোভিড-১৯ ইত্যাদি।

ধঁপাত সেৱনে অসংক্ৰমিত ৰোগ (NCD)ৰ কাৰক হোৱাৰ উপৰিও কোভিড-১৯ ৰ দৰে মহামাৰীৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO)মতে ধঁপাত সেৱন কৰা বেছিভাগ মানুহে বৰ্তমান মহামাৰী ৰূপ লোৱা কোভিড-১৯ ক প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd