• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলন্ত ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড! জ্বলিল টাটানগৰ-এৰ্নাকুলাম ছুপাৰ ফাষ্টৰ দুটা ডবা, ১জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2025 9:23 am
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধ্ৰ প্ৰদেশৰ ইয়েলামাঞ্চিলি ষ্টেচনৰ সমীপত টাটানগৰ-এৰ্নাকুলাম ছুপাৰ ফাষ্ট এক্সপ্ৰেছত সোমবাৰে পুৱতি নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত এজন যাত্ৰীৰ মৃত্যু হয়। আৰক্ষীয়ে এজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে যদিও এতিয়ালৈকে ৰে’ল কৰ্তৃপক্ষই হতাহতৰ কোনো চূড়ান্ত তথ্য দিয়া নাই।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, পুৱতি নিশা প্ৰায় ১:৪৫ বজাত ৰে’লখন ইয়েলামাঞ্চিলি ষ্টেচনত প্ৰৱেশ কৰাৰ ঠিক আগতেই এই অগ্নিকাণ্ড সংঘটিত হয়। ৰে’লখনৰ বি-১ আৰু এম-২ ডবাত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয়। নিমিষতে জুই বিয়পি পৰাত দবাবোৰ দাউ দাউকৈ জ্বলিবলৈ ধৰে।

Apply Now

দুৰ্ঘটনাৰ সময়ত বি-১ত ৮২জন আৰু এম-২ত ৭৬জন যাত্ৰী আছিল। মাজনিশাৰ এই ভয়াবহ পৰিস্থিতিত যাত্ৰীসকলে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে লৰালৰিকৈ দৌৰিবলৈ ধৰে।

Massive #Fire 🔥 broke out in two AC coaches of #ErnakulamExpress, at #Elamanchili in #Anakapalli district, Luckily No Casualty reported.

A Major Tragedy [#TrainFire] was Averted, after two AC coaches of the #Tatanagar–#Ernakulam Ernakulam Express train (No.18189) catches fire… pic.twitter.com/qmQUiagnra

— Surya Reddy (@jsuryareddy) December 28, 2025

ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীয়ে দ্ৰুতগতিত সেই স্থানত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ হয়। জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ উপৰিও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কেনেদৰে অগ্নিকাণ্ড সংঘটিত হ’ল সেই বিষয়ে জানিবলৈ চেষ্টা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm
ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

July 16, 2026 6:21 pm
হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

July 16, 2026 6:06 pm
E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

July 16, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm
ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

July 16, 2026 6:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd