• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনত ৰাঁচীৰ ৰাজপথত পৰি থাকিয়েই কৰুণ মৃত্যুক সাৱটিলে অসমৰ শ্ৰমিকে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2020 5:19 pm
Assam-worker-1-1024x512
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউন চলি থকাৰ মাজতে ঝাৰখণ্ডৰ ৰাঁচী ৰেইলৱে ষ্টেশ্যনৰ কাষত অসমৰ এগৰাকী ব্যক্তিয়ে জীৱন-মৃত্যুৰ সৈতে যুঁজি অৱশেষত প্ৰাণ হেৰুৱালে।

মুমুৰ্ষু অৱস্থাত বুধবাৰে আৰক্ষীয়ে হাস্পাতলত ভৰ্তি কৰা কোকৰাঝাৰৰ সুকৰা কাণ্ডুলনাৰ আজি দিনৰ প্ৰায় ১১বজাত মৃত্যু ঘটে।

Apply Now

লকডাউনৰ পূৰ্বে তেওঁ কামৰ সন্ধানত ৰাঁচীলৈ গৈছিল যদিও দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ বাবে হঠাতে তাত আৱদ্ধ হৈ পৰে।

সুকৰা কাণ্ডুলনা নামৰ এই শ্ৰমিকজনে বাধ্য হৈ ৰাঁচী ৰেইলৱে ষ্টেশ্যনৰ কাষত থকা যান-বাহন পাৰ্কিঙত থাকিবলৈ লৈছিল।

ইয়াতেই তেওঁৰ সকলো বয়-বস্তু চোৰে চোৰ কৰি লৈ যায়।

চোৰে মোবাইল, পা-পইচা সকলো চুৰ কৰি নিয়াত তেওঁ কি কৰিব ভাবি উপায়হীন হৈ পৰিছিল।

চৰকাৰ আৰু সামাজিক সংগঠনসমূহে যোগান ধৰা খাদ্যপাতি গ্ৰহণ কৰি সুকৰা কোনোমতে কেইদিনমান জীয়াই থাকিল।

কিন্তু যেতিয়াই ৩জুনৰ পৰা আনলক-১ আৰম্ভ হয় আৰু খাদ্যপাতি পোৱা বন্ধ হৈ পৰে তেতিয়াই তেওঁ অনহাৰে থাকি প্ৰায় মৃতপ্ৰায় হৈ পৰে।

একেবাৰে মুমুৰ্ষু হৈ পৰা তেওঁৰ ওপৰত হঠাতে এগৰাকী ব্যক্তিৰ দৃষ্টি পৰাত তেওঁক সোধপোছ কৰি জানিব পাৰে যে সুকৰাৰ ঘৰ অসমৰ কোকৰাঝাৰত।

ইয়াৰ পাছতে প্ৰভাত কুমাৰ নামৰ ব্যক্তিজনৰ জৰিয়তে ছচিয়েল মিডিয়াত এই খৱৰ প্ৰচাৰ কৰা হয়।

ইয়াৰ মাজতে সুকৰা কাণ্ডুলনাৰ সহায়ৰ বাবে একাংশ লোক আগবাঢ়ি আহে আৰু বুধবাৰে তেওঁক চুটিয়া আৰক্ষীয়ে ৰাঁচীৰ ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স(ৰিমছ)ত ভৰ্তি কৰায়।

কিন্তু দীৰ্ঘদিন ধৰি লঘোণে-ভোকে থকা সুকৰাৰ শাৰীৰিক অৱস্থাৰ ইমানেই অৱনতি ঘটে যে তেওঁ আৰু সুস্থ হৈ উঠাৰ সকলো সম্ভাৱনা শেষ হৈ পৰিল।

অসমৰ কোকৰাঝাৰৰ সুকৰাই লকডাউনৰ বাবে ৰাঁচীৰ ৰাজপথত অসহায়ভাৱে পৰি থাকিয়েই আজি মৃত্যুক সাৱটি ল’বলগীয়া হ’ল।

এনেদৰে অসমৰ আৰু কিমান শ্ৰমিকে দেশৰ বিভিন্ন প্ৰান্তত সহায়-সম্বলহীনভাৱে থাকি মৃত্যুৰ সৈতে সংগ্ৰাম কৰি আছে অসম চৰকাৰে তাৰ খৱৰ ৰাখিছেনে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd