• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তপ্ত বিশ্বনাথ ঘাট : ভোগালী বিহুৰ দিনাই বনৰীয়া ম’হৰ আক্ৰমণ নিহত এজন

NE NOW NEWS কাজী জেইদুল ইছলাম
বিশ্বনাথ , January 14, 2021 2:43 pm

1 min read

Biswanath1
144
VIEWS
Share on FacebookShare on Twitter

ভোগালী বিহুৰ দিনাই বিশ্বনাথ ঘাটত সংঘটিত হৈছে এক কৰুণ ঘটনা।

বৃহস্পতিবাৰে দুপৰীয়া ১১:৫০ মান বজাত বিশ্বনাথ ঘাটৰ মটক গাৱত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উলাই অহা এটা বনৰীয়া ম’হে জয়ন্ত দাস নামৰ এজন ব্যক্তিক আক্ৰমণ কৰে।

বনৰীয়া ম’হটোৰ আক্ৰমণত জয়ন্ত দাস নামৰ লোকজনৰ মৃত্যু হয়।

ইয়াৰ পিছতে স্থানীয় লোকে বিশ্বনাথ ঘাটৰ বনবিভাগৰ চেণ্ট্ৰেল ৰেঞ্জৰ কাৰ্যালয় ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

উত্তেজিত লোকসকলে বনবিভাগৰ কাৰ্যালয় লণ্ড ভণ্ড কৰাৰ এখন গাড়ীতো অগ্নিসংযোগ কৰে।

স্থানীয় লোকৰ অভিযোগ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বনৰীয়া ম’হটো ওলাই আহি জনাঞ্চলত আতংকৰ সৃষ্টি কৰাৰ বিষয়ে বনভিবাগক অৱগত কৰাৰ পিছতো কোনো যথোচিত ব্যৱস্থা নল’লে।

আনকি বন বিভাগৰ লোক যথা সময়ত উপস্থিত নোহোৱাৰ বাবেই জয়ন্ত দাস নামৰ লোকজন বনৰীয়া ম’হৰ আক্ৰমণত মৃত্যু হোৱা বুলি অভিযোগ কৰিছে ৰাইজে।

ইফালে স্থানীয় ৰাইজে বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি বনৰীয়া ম’হৰ আক্ৰমণত নিহত জয়ন্ত দাসৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে পৰিয়ালটোৰ এজন ব্যক্তিৰ চৰকাৰী সংস্থাপনৰো দাবী উত্থাপন কৰিছে।

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd