• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথৰ কাঠনিবাৰীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এটা বনৰীয়া হাতীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2018 11:23 am
DmTaC_lXgAABMZw
88
VIEWS
Share on FacebookShare on Twitter

বিগত কেইবা দিনো ধৰি ক্ৰমাগতভাৱে বনৰীয়া হাতীৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী তথা সচেতন লোকক উদ্বিগ্ন কৰি ৰখাৰ সময়তে আজি বিশ্বনাথৰ কাঠনিবাৰীত আকৌ এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই সকলোকে স্তম্ভিত কৰিছে।

ইতিমধ্যে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে আৰু হাতীটোৰ মৃত্যুৰ কাৰণ বৈদ্যুতিক তাঁৰত লগা বুলি সন্দেহ কৰিছে।

উল্লেখ্য যে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা খেতিপথাৰসমূহ বচাবলৈ বিশ্বনাথৰ কাঠনিবাৰী অঞ্চলৰ খেতিয়কসকলে অবৈধভাৱে বিদ্যুৎ সংযোগী তাঁৰ সংযোগ কৰিছিল। আৰু পথাৰত সংযোগ কৰা সেই বিদ্যুতৰ তাঁৰত লাগিয়ে বনৰীয়া হাতীটোৱে কৰুণ মৃত্যুক আকোৱালি ল’বলগীয়া হয়।

ইফালে হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু বন বিভাগৰ উৰ্ধ্বতন কৰ্তৃপক্ষই যদিহে কোনো ধৰণৰ বিজ্ঞানসন্মত অভিলাসী আঁচনি গ্ৰহণ নকৰে তেন্তে আৰু কিমান মানুহ বা কিমান বনৰীয়া হাতীৰ মৃত্যু ঘটিব তাৰ কোনো নিশ্চয়তা নাই।

হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে তৎকালীনভাৱে আঁচনি গ্ৰহণ কৰি মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ লগতে বনৰীয়া হাতীৰ জীৱনৰ নিৰাপত্তাও সুনিশ্চিত কৰাৰ বাবে ৰাজ্যৰ সচেতন মহলে চৰকাৰৰ ওচৰত তীব্ৰ দাবী জনাইছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd