• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আগষ্টৰ পৰা ‘এক দেশ এক ৰেছন কাৰ্ড’; প্ৰব্ৰজিত শ্ৰমিকলৈ দুমাহৰ বিনামূলীয়া খাদ্য কেন্দ্রৰ

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , May 14, 2020 7:59 pm

2 min read

Nirmala-Sitharaman.-Image-credit-Twitter-750x375

বিত্ত মন্ত্ৰী নিৰ্মালা সীতাৰমণ।

5.4k
VIEWS
Share on FacebookShare on Twitter

অহা আগষ্ট মাহৰ পৰা আৰম্ভ হ’ব ‘এক দেশ এক ৰেছন কাৰ্ড’ (One Nation, One Ration Card) আঁচনি।

বৃহস্পতিবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা ঘোষণা কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ‘আত্মনিৰ্ভৰশীল ভাৰত’ আঁচনিৰ পেকেজৰ বাখ্যা আগবঢ়াই বিত্ত মন্ত্ৰীয়ে এই ঘোষণা কৰে।

তেওঁ কয় যে দেশজুৰি আগষ্টৰ পৰা ‘এক দেশ এক ৰেছন কাৰ্ড’ আঁচনি আৰম্ভ হ’ব আৰু ই অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কাৰ্যক্ষম হ’ব।

ইয়াৰ দ্বাৰা কোনো উপভোক্তাই দেশৰ যিকোনো অংশৰ ৰেছন দোকানৰ পৰা চৰকাৰৰ নিৰ্দ্ধাৰিত সুলভ মূল্যত খাদ্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

এই আঁচনি নিশ্চিত কৰিবলৈ দেশৰ সকলো ৰেছন কাৰ্ডৰ তথ্য এটা চাৰ্ভাৰতে সঞ্চিত কৰা হ’ব।

বিত্ত মন্ত্ৰী সীতাৰমণে আজি কৃষক, হকাৰ, প্ৰব্ৰজিত শ্ৰমিকৰ বাবে মুঠ ৯টা পদক্ষেপৰ কথা ঘোষণা কৰে।

ইয়াৰ ভিতৰত তিনিটা পেকেজ হৈছে প্ৰব্ৰজিত শ্ৰমিকৰ বাবে। দেশৰ যিকোনো অংশৰ পৰা প্ৰব্ৰজিত শ্ৰমিকসকলে ‘এক দেশ এক ৰেছন কাৰ্ড’ৰ জৰিয়তে খাদ্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰায় ৮ কোটি প্ৰব্ৰজিত শ্ৰমিকৰ বাবে এই আঁচনিত ৩৫০০ কোটি টকা ব্যয় কৰিব।

বিত্ত মন্ত্ৰী সীতাৰমণে লগতে  জানিবলৈ দিয়ে,’’আগন্তুক দুমাহ প্ৰব্ৰজিত শ্ৰমিকসকলক বিনামূলীয়াকৈ খাদ্য আগবঢ়োৱা হ’ব। যিসকলৰ কাৰ্ড নাই তেওঁলোককো গাইপতি ৫কিলোগ্ৰাম চাউল বা আটা আৰু এক কিলোগ্ৰাম দাইল দিয়া হ’ব।‘’

আনহাতে, প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে শ্ৰমিকসকলৰ বাবে সৰু সৰু ঘৰ নিৰ্মাণৰ কৰাৰ কথা ঘোষণা কৰা হৈছে।

সীতাৰমণে কয়,’’অতি কম পৰিমানে ধন খৰচ কৰি প্ৰব্ৰজিত শ্ৰমিকসকলে সেই ঘৰসমূহত থাকিব পাৰিব।‘’

বিত্ত মন্ত্ৰীগৰাকীয়ে প্ৰব্ৰজিত শ্ৰমিকসকলে যাতে নিজ নিজ ৰাজ্যসমূহলৈ গৈ ১০০ দিনৰ কাম লাভ কৰিব পাৰে সেয়া নিশ্চিত কৰিবলৈ ৰাজ্যসমূহক অনুৰোধ জনাইছে।

বিত্ত মন্ত্ৰীয়ে ১০০দিনৰ এই কামৰ মজুৰি ১৮২টকাৰ পৰা ২০২টকালৈ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰিছে।

তদুপৰি, বছৰি শ্ৰমিকসকলে এবাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সুবিধাও লাভ কৰিব বুলি জানিব দিয়ে সীতাৰমণে।

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd