• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰৰ কাঠ চাপৰিত গঁড় হত্যাৰ পৰিকল্পনা ৰচা দ্বিতীয়জন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , April 10, 2020 11:34 am

1 min read

IMG-20200409-WA0172_2

ফটো : নৰ্থ-ইষ্ট নাও

1.4k
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰৰ নদীৰ মাজৰ কাঠ চাপৰিত স্থানীয় ৰাইজে বিগত ৬ এপ্রিলত কৰায়ত্ব কৰি আৰক্ষীক অৰ্পণ কৰা গাগম ইকো নামৰ চোৰাং চিকাৰীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাখাত মহকুমাৰ কমাৰগাঁও আৰক্ষীয়ে আন এজন চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে।

অৰুণাচলৰ দুধৰ্ষ গঁড় চিকাৰী গাগম ইকোৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কমাৰগাঁও আৰক্ষীৰ এটা দলে গহপুৰৰ পূর্বজ্যোতি কৃষিপাম নিগমত অভিযান চলাই বৃহস্পতিবাৰে দেৱজিত গগৈ নামৰ আন এজন দুর্ধর্ষ গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ জেৰাত ধৃত দেৱজিত গগৈয়ে গঁড় চিকাৰত জড়িত থকাৰ উপৰি দীৰ্ঘ দিনৰ পৰা অৰুণাচল প্রদেশ আৰু নাগালেণ্ডৰ চোৰাং বজাৰত গঁড়ৰ খৰ্গ বিক্ৰীৰ স’তে জৰিত থকাৰ কথা স্বীকাৰ কৰা বুলি কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া ময়ুৰজিত গগৈয়ে জনাইছে।

ধৃত গঁড়ৰ চোৰাংচিকাৰী দুজনৰ স্বীকাৰোক্তিত গঁড় হত্যাৰ বহুবোৰ বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সগতে এই সম্পৰ্কত অভিযান অব্যাহত থকা বুলিও বিষয়াগৰাকীয়ে জনায়।

কাঠ চাপৰিত গঁড় হত্যাৰ পৰিকল্পনাত জড়িত চোৰাংচিকাৰী দলৰ বাকী সদস্যক বিচাৰিও অভিযান চলাই আছে আৰক্ষীয়ে।

Recent News

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

Electronic Voting Ma

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচী

a mani

কেন্দ্ৰৰ নতুন ডিজিটাল মিডিয়া নীতিৰ লক্ষ্য হৈ পৰিল মণিপুৰৰ প্ৰথমটো নিউজ প’ৰ্টেল

bhaba

কৃষক অথবা শিক্ষক নহয়, এইবাৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল খোদ জন প্ৰতিনিধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd