• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰডুমচাত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত আটক আলফা স্বাধীনৰ লিংকমেন

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , June 23, 2019 10:47 pm

1 min read

ULFA Linman Tinisukia

তিনিচুকীয়াত সেনা-আৰক্ষীৰ অভিযানত আটক হোৱা আলফা স্বাধীনৰ লিংকমেনজন

1.1k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ বৰড়ুমচা আৰক্ষী থানাৰ অন্তৰ্গত মিহলি ৰিতুৰ অঞ্চলত আজি ৰাতিপুৱাৰে পৰা সেনা আৰু আৰক্ষী বাহিনীয়ে যুটীয়াভাৱে অভিযান চলাই এগৰাকী আলফা স্বাধীনৰ লিংকমেনক অস্ত্ৰ-শস্ত্ৰ সহ আটক কৰে।

আটক কৰা আলফা স্বাধীনৰ লিংকমেনগৰাকী জাউৰিপ চিংফৌ বুলি পৰিচয় লাভ কৰা হৈছে। সেনা আৰু আৰক্ষীৰ অভিযানত অঞ্চলটোত আত্মগোপন কৰি থকা অৱস্থাত জাউৰিপক আটক কৰা হয়। লিংকমেনগৰাকীৰ পৰা এটা জাৰ্মানীত নিৰ্মিত পইণ্ট থ্ৰী টু পিষ্টলসহ সাত জাই সক্ৰিয় গুলী জব্দ কৰা হয়।

বৰ্তমান আটকাধীন আলফা স্বাধীনৰ লিংকমেনগৰাকীক জেৰাৰ বাবে বৰডুমচা আৰক্ষীৰ জিম্মাত চমজাই দিয়া হৈছে।

উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাত দীৰ্ঘদিনৰ পৰা জাউৰিপ চিংফৌৱে নতুন সদস্য ভৰ্তি আৰু আলফাৰ শক্তি বৃদ্ধি আদি সাংগঠনিক কামত জড়িত হৈ আছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

আনহাতে, বিগত কিছুমাহৰ পৰা সেনা-আৰক্ষীৰ অভিযানত বহুকেইগৰাকী আলফা স্বাধীনৰ কেডাৰ আটক হোৱাৰ লগতে বহুকেইগৰাকী কেডাৰে স্ব-ইচ্ছাই আহি সেনা বাহিনীৰ আগত আত্মসমৰ্পন কৰা কথাটোৱে আলফাৰ শক্তি ক্ৰমে হ্ৰাস পোৱা দিশতো উদঙাই দিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd