• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শান্ত হোৱা নাই মেঘালয়ৰ পৰিস্থিতি; আজি শ্বিলঙত অসমৰ যুৱকক হানি খুচি হত্যা

পুলেন্দ্র দাস by পুলেন্দ্র দাস
February 29, 2020 5:26 pm
index

শ্বিলঙৰ বৰবজাৰত দুৰ্বৃত্তৰ আক্ৰমণত নিহত ৰূপচান দেৱান। ফাইল ফটো

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ পূব খাচি পাহাৰৰ চেলাত খাচি ছাত্ৰ সন্থা আৰু অজনজাতীয় লোকৰ মাজত হোৱা সংঘাতৰ পৰিণতিত এগৰাকী খাচি ছাত্ৰ সন্থাৰ সদস্যই প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ এতিয়াও অৱসান ঘটা নাই।

এনে পৰিস্থিতিৰ মাজতে শনিবাৰে অসমৰ এজন যুৱকক হানি খুচি হত্যা কৰা হয় ৷

Apply Now

শনিবাৰে শ্বিলঙৰ বৰবজাৰত পুৱা প্ৰায় ১০ বজাত স্থানীয় লোকে হানি খুচি হত্যা কৰে বৰপেটাৰ মুচলিমপাৰাৰ যুৱক ৰূপচান দেৱান (২৮)ক ৷

বৰবিলাৰ মুছলিমপাৰাৰ ইব্ৰাহীম দেৱানৰ পুত্ৰ ৰূপচান দেৱানে শ্বিলঙত ফলমূল বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছিল ৷

শনিবাৰে পুৱা প্ৰায় ১০ বজাত স্থানীয় একাংশ লোকে কেইবাগৰাকী ক্ষুদ্ৰ ব্যৱসায়িক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷

এই আক্ৰমণত বৰপেটাৰ ৰূপচান দেৱান গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ৷ শ্বিলঙ  চিভিল হাস্পতালত নিয়াৰ পথত ৰূপচান দেৱানৰ মৃত্যু হয় ৷

মেঘালয় চৰকাৰে শুকুৰবাৰে ৰাজ্যখনৰ ছয়খন জিলাত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে।

ৰাজ্যখনত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি দুষ্ট চক্ৰই যাতে এছ এম এছ, হোৱাটছএপ আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ যোগেৰে পৰিস্থিতিৰ অধিক অৱনতি ঘটোৱাত অৰিহণা যোগাব নোৱাৰে তাৰ বাবেই মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, নাগৰিকত্ব (সংশোধন)আইন আৰু আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰসংগত শুকুৰবাৰে মেঘালয়ত খাচি ছাত্ৰ সন্থা আৰু অজনজাতীয় লোকৰ মাজত সংঘাত হৈছিল আৰু এই সংঘাতত গুৰুতৰভাৱে আহত এগৰাকী খাচি ছাত্ৰ সন্থাৰ সদস্যই প্ৰাণ হেৰুওৱাৰ পাছতে ৰাজ্যখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল।

পুলেন্দ্র দাস

পুলেন্দ্র দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd