DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলফা-স্বাঃক ‘সমৰ্থন কৰা’ বক্তব্যৰ বাবে অ’ এন জি চিত কৰ্মৰত যুৱকক শিৱসাগৰত গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2019 8:38 pm
ONGC employee arrested in Sivasagar for Facebook post on ULFA (I)

জ্ঞানদীপ গগৈ। ছবি সৌজন্য-- ফে’চবুক।

490
VIEWS
Share on FacebookShare on Twitter

পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ৰ সমৰ্থনত চ’চিয়েল মিডিয়াত বক্তব্য ৰখাৰ অভিযোগত শিৱসাগৰ আৰক্ষীয়ে অ’ এন জি চিৰ এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে সদৰী কৰা মতে, অ’ এন জি চিৰ কনিষ্ঠ প্ৰশাসনিক সহায়ক জ্ঞানদীপ গগৈক নিষিদ্ধ আলফা (স্বাঃ)ৰ সমৰ্থনত তেওঁ কৰা ফে’চবুক প’ষ্টৰ বাবে শিৱসাগৰৰ নাজিৰাৰ পৰা বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে।

“ই এটা ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত বিষয়। আমি আলফা (স্বাঃ)ৰ সদস্যভৰ্তি প্ৰক্ৰিয়াটোও তদন্ত কৰি আছো। তেওঁ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আৰু ভাৰতীয় দণ্ড বিধিৰ ১২১এ’ আৰু বেআইনী কাৰ্য্যকলাপ (প্ৰতিৰোধ) আইনৰ ১৩ আৰু ১৮ ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে,” শিৱসাগৰৰ উপ আৰক্ষী অধীক্ষক বলীন দেউৰীৰ এই উদ্ধৃতি News18ৰ।

দেউৰীয়ে লগতে জনাই যে সংগঠনটোৰ বিপ্লৱী ধাৰণাসমূহৰ সমৰ্থনত আক্ৰমণাত্মক প’ষ্ট চেয়াৰ কৰাসকলক কব্জা কৰাৰ বাবে আৰক্ষীয়ে ফে’চবুককে ধৰি চ’চিয়েল নেটৱৰ্কিং চাইটসমূহ নিৰীক্ষণ কৰি আছে।

Recent News

CBI raids Manish Sisodia

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহত চিবিআইৰ অভিযান: অভিযানক আদৰণি জনালে মুখ্যমন্ত্ৰী কেজৰিৱালে

California Planes Collide

মধ্য আকাশতে দুই বিমানৰ সংঘৰ্ষ: মৃত্যু কেইবাগৰাকীও লোকৰ

forged documents

জাল নথিপত্ৰৰে যাত্ৰীক কৰি দিছিল আমেৰিকা যাত্ৰাৰ সুবিধা: পৰিল ফান্দত

On Camera Shot

প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই নৱম শ্ৰেণীৰ ছাত্ৰীক পথৰ মাজতে গুলীয়ালে যুৱকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd