• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিটিচি নিৰ্বাচনত কংগ্ৰেছৰ একমাত্ৰ বিজয়ী প্ৰাৰ্থী সুজল সিনহাৰ বিজেপিত যোগদান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 14, 2020 9:16 pm

1 min read

বিটিচি নিৰ্বাচনত কংগ্ৰেছৰ একমাত্ৰ বিজয়ী প্ৰাৰ্থী সুজল সিনহাৰ বিজেপিত যোগদান

উৎস-ইণ্টাৰনেট

192
VIEWS
Share on FacebookShare on Twitter

বিটিচি নিৰ্বাচনত কংগ্ৰেছৰ একমাত্ৰ বিজয়ী প্ৰাৰ্থী সুজল সিনহাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদানৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই।

আজি এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে সিনহাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে বুলি কয়।

সদ্য সমাপ্ত বিটিচি নিৰ্বাচনত বিপিএফে ১৭ খন, য়ুপিপিএলে ১২ খন, বিজেপিয়ে ৯ খন, গণ সুৰক্ষা পাৰ্টিয়ে এখন আৰু কংগ্ৰেছে এখন আসন দখল কৰিছিল।

কংগ্ৰেছৰ একমাত্ৰ বিজয়ী প্ৰাৰ্থী সুজল সিনহাই বিজেপিত যোগদান কৰাৰ পাছতে স্বাভাৱিকতে কংগ্ৰেছ দলটো অশ্বস্তিত পৰিব।

আনহাতে, সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে বিপিএফ দলৰো ৫-৬ জন বিজয়ী প্ৰাৰ্থীয়ে বিজেপিত যোগদান কৰিব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে গুৱাহাটীত বিজেপি, য়ুপিপিএল আৰু গণ সুৰক্ষা পাৰ্টিয়ে বৈঠকত অংশগ্ৰহণ কৰে আৰু বিটিচিত সন্মিলিতভাৱে চৰকাৰ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে য়ুপিপিএলৰ অধ্যক্ষ প্ৰমোদ বড়োক বিটিচিৰ নতুন চীফ হ’ব বুলি ঘোষণা কৰে।

কাইলৈ কোকৰাঝাৰত প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাৱে বিটিচিৰ চীফ হিচাপে শপত গ্ৰহণ কৰিব।

বিটিচিৰ অতিৰিক্ত মুখ্য সচিৱে শপত গ্ৰহণ অনুষ্ঠানৰ বাবে বিটিচিত কাইলৈ স্থানীয় বন্ধ ঘোষণা কৰিছে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd