• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ সাংসদ আৰু কেডাৰ বিষয়াৰ সৈতে মুখ্য মন্ত্ৰীৰ সভা আৰু নৈশ ভোজ : বিৰোধী দলৰ সাংসদক নিমন্ত্ৰণ নজনোৱাত ক্ষোভ প্ৰকাশ দেবব্ৰত শইকীয়াৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 5, 2019 10:47 pm
66027103_2410274872540816_6193129389547323392_o

মুখ্য মন্ত্ৰীৰ নৈশ ভোজৰ আলোকচিত্ৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩ জুলাইৰ নিশা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ পৰা নৱ নিৰ্বাচিত বিজেপি আৰু মিত্ৰজোঁটৰ সাংসদ তথা কেডাৰ বিষয়াসকলৰ সৈতে মুখ্য মন্ত্ৰীয়ে এক সভা অনুষ্ঠিত কৰাৰ লগতে নৈশ ভোজ অনুষ্ঠিত কৰিছিল। মুখ্য মন্ত্ৰীৰ এই কাৰ্য্যক পক্ষপাতিত্বমূলক আৰু বৈষম্যমূলক আচৰণ আখ্যা দিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

কিয়নো উক্ত সভা অসমৰ পৰা নৱ নিৰ্বাচিত ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকলক উদ্দেশ্যি অনুষ্ঠিত কৰা হৈছিল যদিও উক্ত সভালৈ নিমন্ত্ৰণ জনোৱা হোৱা নাছিল বিৰোধী সাংসদসকলক।

Apply Now

ইয়াকে কেন্দ্ৰ কৰি নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয় ‘মুখ্য মন্ত্ৰীৰ ফেইচবুক পেইজৰ জৰিয়তেই আমি দেখিবলৈ পাইছো যে তেওঁ অসমৰ নৱ নিৰ্বাচিত সাংসদ আৰু দিল্লীত কৰ্মৰত কেডাৰ বিষয়াসকলৰ সৈতে মত বিনিময়ৰ এখন সভা আৰু নৈশ ভোজনৰ আয়োজন কৰিছিল। য’ত কেৱল শাসকীয় মিত্ৰজোঁট পক্ষৰ সাংসদসকলক নিমন্ত্ৰণ জনায় আৰু অতি দৃষ্টিকটুভাৱে অসমৰ পৰা নিৰ্বাচিত বিৰোধী সাংসদসকলক এলাগী কৰি ৰাখিলে। যদি ৰাজনৈতিক মতানৈক্য থকাৰ বাবেই স্বয়ং মুখ্য মন্ত্ৰীয়ে সন্মানীয় সাংসদক এনে পক্ষপাতিত্বমূলক আচৰণ কৰিব পাৰে, তেনেহ’লে শাসকীয় পক্ষক ভোট নিদিয়া সাধাৰণ জন-গণৰ প্ৰতি এই চৰকাৰখনে কি নীতি অৱলম্বন কৰিব সেয়া সহজেই অনুমেয়।‘

আনহাতে, ভাষণপ্ৰসংগত বাৰেপতি ‘টীম আছাম’ৰ কথা কোৱা মুখ্য মন্ত্ৰী সোণোৱালক সোঁৱৰাই দি শইকীয়াই কয় ‘মুখ্য মন্ত্ৰী সোণোৱালে দায়িত্বভাৰ লোৱাৰে পৰা টীম আছামৰ কথা উল্লেখ কৰাৰ লগতে পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্ৰৰ কথা আওৰাই থকা দেখা যায়।‘

তদুপৰি, মুখ্য মন্ত্ৰীলৈ আহ্বান জনাই শইকীয়াই কয় ‘বিৰোধী দলৰ সাংসদ সকলৰ প্ৰতি কৰা অপমানসূচক আচৰণক গৰিহনা দিছো আৰু ভাৰতৰ গণতন্ত্ৰত শাসক বিৰোধী পৰস্পৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ পৰম্পৰা ধূলিসাৎ নকৰিবলৈ মুখ্য মন্ত্ৰীক আহ্বান জনাইছো।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd