• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেম আৰু ৰোমাঞ্চৰ ৰাণী! বয়সক লৈ নিজৰ অনুভৱ ব্যক্ত কৰিলে অস্কাৰ বিজয়ী কেট উইন্সলেটে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2023 2:16 pm
টাইটানিক খ্যাত অস্কাৰজয়ী অভিনেত্ৰী   কেট উইন্সলেট।

টাইটানিক খ্যাত অস্কাৰজয়ী অভিনেত্ৰী কেট উইন্সলেট।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাই নাই বুলি দীঘলীয়া কেৰিয়াৰৰ তিনিটা দশক অতিক্ৰম কৰিলে। বয়সো কম হোৱা নাই। কিন্তু ৪৭ বছৰ বয়সতো কেট উইন্সলেট আগৰ দৰেই আকৰ্ষণীয়। শেহতীয়াকৈ স্পেইনৰ সংবাদ মাধ্যম ইয়ো ড’নাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অস্কাৰ বিজয়ী অভিনেত্ৰীগৰাকীয়ে বয়স ৫০ বছৰ সম্পূৰ্ণ কৰাৰ দিশে আগবঢ়াৰ সময়ৰ ৰোমাঞ্চৰ বিষয়ে কয়।

সাক্ষাৎকাৰটোত কেট উইন্সলেটে কয় যে তেওঁ সদায় মনত ৰাখে যে তেওঁৰ বয়স এতিয়া ৪৭ বছৰ চলি আছে। বয়স বঢ়াৰ লগে লগে খাদ্যৰ প্ৰতি সাৱধান হৈছো। সুৰাপানৰ মাত্ৰাও হ্ৰাস কৰিছো।

কেটে কয় যে বয়স বাঢ়ি অহাৰ লগে লগে মই আগৰ দৰে খাব নোৱাৰো, আৰু বেছিকৈ সুৰাপান কৰিব নোৱাৰো। এতিয়া মই আৰু মাংস নাখাওঁ। দিনটোৰ ভিতৰত প্ৰচুৰ পৰিমাণে পানী খাওঁ। পৰিপূৰক গ্ৰহণ কৰো (যেতিয়া মনত থাকে)।

Apply Now
টাইটানিক ছবিত কেট উইন্সলেট।

তেওঁ কয়, ‘’মই ঠাণ্ডা পানীত সাঁতোৰো। ই শৰীৰত অক্সিজেন সৰবৰাহৰ বাবে অতি উত্তম। এই সকলোবোৰ মই সুস্থ হৈ থাকিবলৈ কৰো। এইটো অতি গোপন কথা নহয়, নিজৰ সাধাৰণ জ্ঞানৰ পৰাই কৰিব পাৰি।‘’

বয়স বৃদ্ধি হোৱাৰ বাবে কেটৰ কোনো আক্ষেপ নাই। মুখত বয়সৰ চিন দেখিলে চিন্তা নকৰিব, ‘মই সেই ২০ বছৰলৈ উভতি যাব নোৱাৰো, সেয়াই সত্য। কিন্তু ৩০ বছৰৰ পৰাই মই জীৱনটো বহুত উপভোগ কৰিছো।‘

বৰ্তমান ৪৭ বছৰীয়া অভিনেত্ৰী কেট উইন্সলেট।

তেওঁ কয়, ‘বয়সটো যদি ৩০ বছৰলৈ ঘূৰি গ’লহেঁতেন তেন্তে বেয়া নহ’লহেঁতেন।’

কেটে আৰু তিনি বছৰৰ পিছত ৫০ বছৰ সম্পূৰ্ণ কৰিব। এই কথাত ৰোমাঞ্চিত হৈ পৰিছে অভিনেত্ৰীগৰাকী, ‘মই এতিয়া যিদৰে আছো, তাতেই  সুখী। ৪৭-টো যথেষ্ট ভাল লাগিছে। ৫০ বছৰৰ পিনে আগবাঢ়ি গৈছো, ই মোক ৰোমাঞ্চিত কৰে। কিন্তু ৩০ বছৰ বয়সৰ ছবিখন চালেই ভাবো যে সেই সময়ৰ চুলি আৰু ছালখন বৰ সুন্দৰ আছিল! লগতে এনে ভাৱ হয় যেন সেই বয়সত মই নিজকে ইমান বিচাৰ কৰি চোৱা নাছিলো।’

টাইটানিক ছবিত কেট উইন্সলেট।

সাক্ষাৎকাৰটোত কেটে স্বীকাৰ কৰে যে তেওঁ জীৱনৰ বিভিন্ন পৰ্যায়ৰ মাজেৰে পাৰ হোৱা সময়খিনিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাই উচিত। কিন্তু বহু সময়ত তেনেকৈ থাকিব পৰা নাই, কথাবোৰে জটিল কৰি তুলিছে। যি পাইছে অভিযোগ নকৰি তাতেই তেওঁ সুখী থকা উচিত।

কেট উইন্সলেটক শেষবাৰৰ বাবে যোৱা বছৰৰ ডিচেম্বৰ মাহত অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ ছবিত দেখা গৈছিল। আগন্তুক দিনত তেওঁক আৰু পাঁচখন ছবি আৰু টিভি ধাৰাবাহিকত দেখা যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd