• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পশ্চিমবংগত সন্দেহযুক্ত ভাইৰাছজনিত সংক্ৰমণত ২০০ ৰো অধিক পদপথৰ কুকুৰৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 20, 2021 12:02 pm

1 min read

পশ্চিমবংগত সন্দেহযুক্ত ভাইৰাছজনিত সংক্ৰমণত ২০০ ৰো অধিক পদপথৰ কুকুৰৰ মৃত্যু

উৎস-ইণ্টাৰনেট

205
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগৰ বাংকুৰা জিলাৰ বিষ্ণুপুৰ চহৰত বিগত তিনিটা দিনত ২০০ ৰো অধিক পদপথৰ কুকুৰৰ মৃত্যু হৈছে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে।

সন্দেহযুক্ত ভাইৰাছৰ সংক্ৰমণৰ ফলতে এনেদৰে কুকুৰৰ অস্বাভাৱিক মৃত্যু হৈছে বুলি আশংকা ব্যক্ত কৰা হৈছে।

৬০ টা কুকুৰৰ মঙলবাৰে, ৯৭ টা কুকুৰৰ বুধবাৰে আৰু ৪৫ টা কুকুৰৰ বৃহস্পতিবাৰে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

বছৰৰ এই সময়ছোৱাত কুকুৰৰ মাজত এনেধৰণৰ ভাইৰাছজনিত সংক্ৰমণ বৃদ্ধি পাই বুলি জিলাখনৰ পশু স্বাস্থ্য বিষয়া সকলে জানিবলৈ দিয়ে।

পশু স্বাস্থ্য বিষয়া সকলে কুকুৰৰ মৃত্যুক লৈ জনসাধাৰণক আতংকিত নহ’বলৈ আহ্বান জনাই ই মানুহলৈ সংক্ৰমিত হোৱাৰ কোনোধৰণৰ সম্ভাৱনা নাই বুলি কয়।

মৃত্যু হোৱা কুকুৰ সমূহৰ পৰা নমূনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে কলকাতাৰ পৰীক্ষাকেন্দ্ৰলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

আনহাতে, মৃত্যু হোৱা কুকুৰ সমূহৰ মৃতদেহ সমূহ সৎকাৰ কৰা হৈছে।

 

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd