• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“ন্যস্ত স্বাৰ্থজড়িত গোট”ৰ হেঁচাত ন্যায়পালিকা! মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিলে দেশৰ ৬০০ অধিবক্তাই

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 28, 2024 2:22 pm
দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। ফাইল ফটোঃ সংগ্ৰহীত।

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। ফাইল ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা ন্যস্ত স্বাৰ্থজড়িত গোটে বিভিন্ন প্ৰক্ৰিয়াৰে ন্যায়পালিকাক হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে। বিশেষকৈ ৰাজনৈতিক নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰত। সমগ্ৰ দেশৰ ৬০০ অধিবক্তাই এনে অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদলৈ এখন পত্ৰ লিখিছে। ইয়াৰ ভিতৰত আছে জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে আৰু পিংকি আনন্দকে ধৰি বহু বিশিষ্ট আইনজীৱী।

গণতান্ত্ৰিক গাঁথনি আৰু ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত যি আস্থা বৰ্তি আছে একাধিক পদক্ষেপত সেয়া ভাঙি পেলোৱাৰ ষড়যন্ত্ৰ চলি আছে বুলি পত্ৰখনত উল্লেখ কৰা হৈছে। অধিবক্তাসকলৰ অভিযোগ যে ন্যস্ত স্বাৰ্থজড়িত গোটসমূহে ন্যায়পালিকাৰ সোণালী যুগ নোহোৱা হৈ গৈছে আৰু এতিয়া দুৰ্বল হোৱাৰ পথত বুলি প্ৰচাৰ চলাইছে। তেওঁলোকৰ উদ্দেশ্য হৈছে আদালতত সাধাৰণ জনতাৰ আস্থা ভংগ কৰা।

লগতে পঢ়কঃ দিল্লীৰ আপত্তি আওকাণ কৰি কেজৰিৱালৰ পক্ষতে আমেৰিকা; কংগ্ৰেছৰ একাউণ্ট ফ্ৰীজকলৈও সৰৱ

Apply Now

মুখ্য ন্যায়াধীশলৈ লিখা পত্ৰখনত উল্লেখ কৰা হৈছে যে এই স্বাৰ্থান্বেষী গোটসমূহে নিজৰ ৰাজনৈতিক সুবিধা আৰু কৌশল অনুসৰি ন্যায়পালিকাৰ সিদ্ধান্তক গৰিহণা বা প্ৰশংসা কৰিছে।

৬০০ জন অধিবক্তাৰ পত্ৰত পোনপটীয়াকৈ লিখা হৈছে, “দিনত একাংশ অধিবক্তাই ৰাজনীতিবিদক সুৰক্ষা দি আছে, ৰাতি সংবাদ মাধ্যমৰ জৰিয়তে আদালত আৰু ন্যায়াধীশক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছে।” লগতে কোৱা হৈছে যে দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হ’লে নিজকে ৰক্ষা কৰিবলৈ ৰাজনীতিকসকল আদালতলৈ আহিছে। আদালতৰ সিদ্ধান্ত তেওঁলোকৰ বিৰুদ্ধে গ’লে ন্যায়পালিকাৰ সমালোচনা কৰিছে৷

ছচিয়েল মিডিয়াৰ জৰিয়তেও বহু লোকে ন্য়ায়াধীশসকলক হেঁচা প্ৰয়োগ কৰাৰ চেষ্টা চলাইছে বুলি পত্ৰখনত অভিযোগ উত্থাপন কৰা হৈছে। অধিবক্তাসকলে উচ্চতম ন্যায়ালয়ক ৰাজনৈতিক নেতাৰ এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।

লগতে পঢ়কঃ নিবনুৱা সমস্যাৰ সমাধান চৰকাৰৰ বাবে সম্ভৱ নহয়; নিৰ্বাচনৰ পূৰ্বে উপদেষ্টাৰ মন্তব্যত অস্বস্তিত মোডী!

কোৱা বাহুল্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ দেশৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ লিখা এনে চিঠি তাৎপৰ্যপূৰ্ণ। উল্লেখ্য যে এই মুহূৰ্তত অৰবিন্দ কেজৰিৱাল, নিৰ্বাচনী বণ্ড, আয়ুক্ত নিযুক্তি, উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ চলি আছে। প্ৰতিটো গোচৰ আগন্তুক লোকসভা নিৰ্বাচনৰ লগত কোনো নহয় কোনো প্ৰকাৰে জড়িত। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd