DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পঞ্চাশোৰ্ধৰ এজন সাংসদে বিয়া কৰিলে ১৪ বছৰীয়া ছাত্ৰীক! ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2021 9:33 am
212
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এজন ৰাজনৈতিক নেতাই এগৰাকী ১৪ বছৰ বয়সীয়া ছাত্ৰীৰ স’তে বিবাহপাশত আৱদ্ধ হোৱা এটা ঘটনাৰ বাবে পাকিস্তানৰ আৰক্ষীয়ে নেতাজনৰ ওপৰত অনুসন্ধান কৰি আছে।

মৌলানা চালাহুদ্দিন আয়ুবি নামৰ নেতাজন জমিয়ত উলেমা-ই-ইছলাম নামৰ ৰাজনৈতিক দলটোৰ অন্যতম নেতা আৰু বেলুচিষ্টান প্ৰদেশৰ এজন সাংসদ।

নেতাজনে ছাত্ৰীগৰাকীৰ স’তে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতে নাৰী সুৰক্ষাৰ বাবে কাম কৰি থকা এটা এন.জি.অ’.ই পুলিচক অভিযোগ দাখিল কৰে।

বাতৰিমতে, জুঘুৰ চৰকাৰী বালিকা হাইস্কুলত পঢ়ি থকা ছাত্ৰীগৰাকীৰ জন্ম তাৰিখ স্কুলখনৰ মতে ২০০৬ চনৰ ২৮ অক্টোবৰ।

আনহাতে নেতাজনৰ বয়স ৫০ৰো অধিক।

আৰক্ষীয়ে জনাইছে যে ছাত্ৰীগৰাকীৰ ঘৰলে আৰক্ষী যাওতে তাইৰ দেউতাকে সকলো কথা অস্বীকাৰ কৰে। তদুপৰি শেহতীয়াকৈ দেউতাকে নিশ্চিতি প্ৰদান কৰে যে ১৬ বছৰ নোহোৱালৈকে ছাত্ৰীগৰাকীক তেওঁলোকে বিয়া নিদিয়ে।

উল্লেখযোগ্য যে পাকিস্তানৰ আইন অনুসৰি ১৬ বছৰত ভৰি নিদিয়ালৈকে কোনো কন্যাক বিয়া দিব নোৱাৰিব, আৰু এই আইন ভংগ কৰিলে অভিভাৱকক গুৰুত্বপূৰ্ণ শাস্তি বিহা হ’ব।

Recent News

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd