• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইমৰান খানৰ লং মাৰ্চৰ গাড়ীৰ চকাত পিষ্ট হৈ মৃত্যু সাক্ষাৎকাৰ ল’বলৈ যোৱা মহিলা সাংবাদিকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2022 11:33 am
সাদাফ নাইম।

সাদাফ নাইম।

163
VIEWS
Share on FacebookShare on Twitter

Pak woman journalist Sadaf Naeem crushed to death পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ শোভাযাত্ৰাৰ গাড়ীত উঠিবলৈ গৈ চকাত পিষ্ট হৈ নিহত হৈছে এগৰাকী মহিলা সাংবাদিকক। তেওঁৰ নাম সাদাফ নাইম। ঘটনাটো দেওবাৰে পাকিস্তানৰ লাহোৰত সংঘটিত হয়।

জানিব পৰা গৈছে যে মহিলা সাংবাদিকগৰাকীয়ে ইমৰান খানৰ ৰাজহুৱা সভাত উপস্থিত আছিল। তেওঁক ইমৰান খানৰ সাক্ষাৎকাৰ ল’বলৈ চেষ্টা কৰা দেখা গৈছিল।

লগতে পঢ়ক: ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী বাওঁপন্থী নেতা লুইজ ইনাচিও লুলা

পিছত একেটা শোভাযাত্ৰাৰ এখন মালবাহী গাড়ীত উঠাৰ সময়ত তেওঁ পিছলি পৰে আৰু চকাৰ তলত সোমাই যায়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ চকাৰ দ্বাৰা পিষ্ট হৈ মৃত্যুমুখত পৰিছে। সাংবাদিকগৰাকীৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ লগে লগে ইমৰান খানে সেই দিনটোৰ বাবে তেওঁৰ লং মাৰ্চ স্থগিত ৰাখে।

লগতে পঢ়ক: World’s longest passenger train: ১০০ টা ডবাৰে চলিল প্ৰায় ২ কিলোমিটাৰ দীঘল বিশ্বৰ দৈৰ্ঘ্যতম যাত্ৰীবাহী ৰে’লখন!

সাদাফ নাইম পাকিস্তানৰ ব্যক্তিগত দূৰদৰ্শন চেনেল ‘চেনেল ৫’ৰ এগৰাকী সাংবাদিক। দুৰ্ঘটনাটোৰ কাৰণ বিচাৰি তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে।

Shocked & deeply saddened by the terrible accident that led to the death of Channel 5 reporter Sadaf Naeem during our March today. I have no words to express my sorrow. My prayers & condolences go to the family at this tragic time. We have cancelled our March for today.

— Imran Khan (@ImranKhanPTI) October 30, 2022

শোভাযাত্ৰাটো লাহোৰৰ জিটি ৰোডত আয়োজন কৰা হৈছিল। ইমৰানে কয় যে শোভাযাত্ৰাটো কামোকলৈ যোৱাৰ কথা আছিল। কিন্তু এই দুৰ্ঘটনাৰ বাবে এই কাৰ্যসূচীটো সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd