DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

যিকোনো মুহূৰ্ততে পাকিস্তানৰ আক্ৰমণৰ সন্মুখীন হ’ব পাৰে ভাৰত – কুটনৈতিক মহলৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2023 8:15 am
500
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ পূৰ্ব প্ৰধানমন্ত্ৰী ইমৰাণ খানক মঙলবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছতেই অশান্তিত জৰ্জৰিত হৈ পৰিছে পাকিস্তান। সেনাৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ। ৰাজহুৱা সম্পত্তি ভাঙি লণ্ড-ভণ্ড কৰিছে ইমৰাণ খানৰ সমৰ্থনকাৰীয়ে।

পাকিস্তানৰ কেইবাখনো চহৰত সেনাবাহিনীৰ উচ্চ পদস্থ বিষয়াৰ বাসগৃহত আক্ৰমণ কৰিছে প্ৰতিবাদকাৰীয়ে। আনহাতে প্ৰতিবাদী জনতাই ৰাৱালপিণ্ডিত পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয়ৰ গেট ভাঙি ভিতৰলৈ সোমাই যায়।

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি পাকিস্তানৰ অস্থিৰ পৰিস্থিতিৰ মাজতে ভাৰতে সীমান্তত কঠোৰ চোৰাংচোৱাগিৰি অব্যাহত ৰাখিছে।

এই পৰিস্থিতিত ভাৰতে আশংকা কৰিছে যে পাকিস্তান সেনাই দেশৰ অস্থিৰ পৰিস্থিতিৰ পৰা দৃষ্টি আঁতৰাবলৈ যুদ্ধবিৰতি উলংঘা কৰিব পাৰে। ৰাইজৰ ক্ষোভৰ পৰা হাত সাৰিবলৈ ভাৰতৰ ওপৰত দোষ জাপি দি পাক বাহিনীয়ে যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত সীমান্তত যিকোনো ধৰণৰ উত্তেজনা ৰোধ কৰাৰ লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধৰ বাবে ভাৰতে কঠোৰ সতৰ্কতা অৱলম্বন কৰি আহিছে।

জানিব পৰা মতে, পাকিস্তানে যোৱা নিশালৈকে আগৰ দৰেই সেনা জোৱানক সীমান্তত ৰাখিছে।

ইফালে পাকিস্তানৰ বহু ঠাইত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ সলনি ৰেঞ্জাৰক নমাই অনা হৈছে। জানিব পৰা মতে, দেশজুৰি হোৱা সংঘৰ্ষত তিনি যুৱকে প্ৰাণ হেৰুৱাইছে আৰু বহুকেইজন লোক গুৰুতৰভাৱে আহত হৈছে।

Recent News

লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ

লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ

Sharad Pawar

শাৰদ পাৱাৰক হত্যাৰ ভাবুকি: সুৰক্ষাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰী সিন্দেই

কাষলতি পৰা উলাই নেকি দুৰ্গন্ধ? সমাধানৰ বাবে পঢ়ি লওঁক এইটো লেখা

কাষলতি পৰা উলাই নেকি দুৰ্গন্ধ? সমাধানৰ বাবে পঢ়ি লওঁক এইটো লেখা

Sri Raghupati

চিনেমা কথা: শ্ৰী ৰঘুপতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd