• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গাত নাই ছাল-বাকলি, মদ খাই তিনি টেকেলী! ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী ঘোষণা পাকিস্তান চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2025 2:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াৰ পৰা পাকিস্তানৰ সাধাৰণ গ্ৰাহক আৰু কৃষি খণ্ডৰ ডিপ-টিউবৱেল ব্যৱহাৰকাৰীসকলে বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্ৰত ৩০০ ইউনিট পৰ্যন্ত ৰেহাই লাভ কৰিব। এই তথ্য বুধবাৰে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰী আৱাইজ লেঘৰীৰ স্বাক্ষৰিত এক বিবৃতিত উল্লেখ কৰা হৈছে।

শক্তি মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে, এই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ ইতিমধ্যে চৰকাৰী নিয়ন্ত্ৰক সংস্থা ৰাষ্ট্ৰীয় বৈদ্যুতিক শক্তি নিয়ন্ত্ৰণ কৰ্তৃপক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে। পাকিস্তানৰ সংবাদ মাধ্যম জিঅ’ টিভিৰ আগত বিষয়াগৰাকীয়ে কয় যে ইয়াৰ পূৰ্বে পাকিস্তানে বিদ্যুৎ খণ্ডত গ্ৰাহক পৰ্যায়ত আৰু কৃষি খণ্ডত ৩০০ ইউনিট পৰ্যন্ত ৰেহাই দিছিল। কিন্তু ২০১০ চনত কৃষি খণ্ডৰ পৰা আৰু ২০১৫ চনত সাধাৰণ গ্ৰাহক পৰ্যায়ৰ পৰা এই ৰেহাই বন্ধ কৰা হৈছিল।

Apply Now

বুধবাৰে এক বিবৃতিত পাকিস্তানৰ শক্তি মন্ত্ৰীয়ে কয় যে বৰ্তমানৰ মুদ্ৰাস্ফীতিৰ বাবে কৃষক আৰু সাধাৰণ জনতাই আৰ্থিক হেঁচাত পৰিছে। এই চাপৰ বোজা লাঘৱ কৰিবলৈ চৰকাৰে ৰেহাই ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে, ২০২২ চনৰ পৰা পাকিস্তানৰ অৰ্থনীতি অস্থিৰ হৈ পৰিছে কাৰণ বৈদেশিক মুদ্ৰাৰ মজুত তললৈ নামি আহিছে। দৈনন্দিন প্ৰয়োজনীয় অন্যান্য সামগ্ৰীৰ লগতে দেশত ইন্ধন তেল আৰু বিদ্যুতৰ মূল্যও ভয়ংকৰভাৱে বৃদ্ধি পাইছে।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ জৰুৰীকালীন বেইলআউট আৰু চীন আৰু চৌদি আৰৱৰ ঋণৰ সহায়ত পাকিস্তানৰ অৰ্থনীতি লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ চেষ্টা কৰিছে।

শেহতীয়াকৈ পাকিস্তানৰ সংসদৰ উচ্চ সদনৰ চেনেটত অনুষ্ঠিত হোৱা শুনানিৰ সময়ত দেশখনৰ কেন্দ্ৰীয় শক্তি সচিব ফখৰ-ই-আলম ইৰফানে কয় যে কেন্দ্ৰীয় চৰকাৰে অহা ২ মাহৰ ভিতৰত প্ৰতি ইউনিটত বিদ্যুতৰ মূল্য ৬ৰ পৰা ৮ টকা হ্ৰাস কৰিব বিচাৰে; এই লক্ষ্যৰ দিশত ইতিমধ্যে কাম আৰম্ভ হোৱা বুলিও তেওঁ উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd