• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাক ISIৰ হানি ট্ৰিপিঙৰ জালত ভাৰতীয় নাগৰিক : পতিতালয়ৰ যৌন অভিসাৰৰ ফ’টো প্ৰকাশৰ ভাবুকিৰে তথ্য সংগ্ৰহ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2020 3:19 pm
Sex-Worker
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ এজেন্টে এগৰাকী ভাৰতীয় নাগৰিকক হানি ট্ৰেপিঙৰ জালত পেলায় ভাৰতৰ বহু স্পৰ্শকাতৰ ফ’টো আৰু গোপন তথ্য যোগান ধৰিবলৈ বাধ্য কৰোৱা এক চাঞ্চল্যকৰ কাণ্ড পোহৰলৈ আহিছে।

ইতিমধ্যে লক্ষ্মৌস্থিত ভাৰতীয় সেনাৰ গুপ্তচৰ শাখা আৰু উত্তৰ প্ৰদেশৰ দুৰ্নীতি নিৰ্বাৰক(Anti-corruption) শাখাই যৌথ প্ৰচেষ্টাত পাকিস্তানী আই এছ আইৰ এই জাল ব্যৰ্থ কৰিছে।

Apply Now

উত্তৰ প্ৰদেশৰ গোৰক্ষপুৰৰ মহম্মদ হানিফ(নামটো সলনি কৰা হৈছে) নামৰ লোকজনে পাকিস্তানৰ কৰাচীত আত্মীয় ঘৰত ফুৰিবলৈ গৈ আই এছ আইৰ গোপন জালত ভৰি দিয়ে।

ঘটনাৰ বিৱৰণী অনুসৰি মহম্মদ হানিফে কৰাচীত আত্মীয়ৰ ঘৰত থাকোতে ভিছা পৰীক্ষাৰ কৰিবলৈ বুলি দুজন লোক গৈছিল।

ইয়াৰ পৰাই আৰম্ভ হয় মহম্মদ হানিফক কৰা হানি ট্ৰেপিঙৰ পৰ্ব।

ইয়াৰ পিছতে মহম্মদক কৰাচীৰ এখন পতিতলায়লৈ লৈ যোৱা হয় আৰু হানিফ পতিতাৰ সৈতে যৌন কৰ্মত প্ৰবৃত্ত হোৱাৰ লগে লগে তেওঁৰ ফ’টো তোলা হয়।

হানিফে কৰাচীৰ পৰা গোৰক্ষপুৰলৈ উভতি অহাৰ পিছতে যৌন কৰ্মত প্ৰবৃত্ত হৈ থকা ফ’টোবোৰ চ’ছিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰি আই এছ আইৰ এজেন্টে উত্তৰ প্ৰদেশ বিভিন্ন স্পৰ্শকাতৰ এলেকাৰ ফ’টো প্ৰেৰণ কৰিবলৈ বাধ্য কৰে হানিফক।

হানিফক গৌৰক্ষপুৰৰ সেনা ছাউনী, ৰে’লৱে ষ্টেচন, বায়ু সেনা বাহিনীৰ ছাউনী আদি স্থানৰ স্পৰ্শকাতৰ ফ’টো প্ৰেৰণ কৰিবলৈ বাধ্য কৰাৰ লগতে আই এছ আইয়ে ভাৰতীয় সেনা বাহিনীৰ হোৱাটছএপ গ্ৰুপত হানিফক অন্তভুৰ্ক্ত হ’বলৈ নিৰ্দেশ দিয়ে।

ইফালে সেনাৰ বিশেষ সূত্ৰই দাবী কৰাৰ মতে যোৱা ৫ আগষ্টৰ ৰাম মন্দিৰৰ ভূমি পূজনৰ দিনা গোৰক্ষপুৰত আক্ৰমণ কৰাৰ এক ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল পাকিস্তানী চোৰাংচোৱা সংস্থাটোৱে।

কিন্তু ইয়াৰ পূৰ্বে জন্মু আৰু কাশ্মীৰস্থিত ভাৰতীয় সেনা বাহিনীৰ চোৰাংচোৱা শাখাই উত্তৰ প্ৰদেশৰ গোৰক্ষপুৰৰ এজন লোকৰ সৈতে এটা পাকিস্তানী নম্বৰৰ যোগযোগৰ তথ্য লাভ কৰে।

জন্মু আৰু কাশ্মীৰস্থিত ভাৰতীয় সেনাৰ চোৰাংচোৱা শাখাই লগে লগে লক্ষ্মৌস্থিত ভাৰতীয় সেনাৰ চোৰাংচোৱা শাখাক এই কথা অৱগত কৰে।

আৰু সেনাৰ চোৰাংচোৱাৰ শাখাই উত্তৰ প্ৰদেশৰ দুৰ্নীতি নিৰ্বাৰক শাখাক এই বিষয়ে জনায়।

লক্ষ্ণৌস্থিত ভাৰতীয় সেনাৰ চোৰাংচোৱা শাখা আৰু উত্তৰ প্ৰদেশ দুৰ্নীতি নিৰ্বাৰক শাখাৰ যৌথ অভিযানত অৱশেষত পাকিস্তানী গুপ্তচৰ সংস্থা আই এছ আইৰ এই জাল ব্যৰ্থ কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd