• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চেম্পিয়নছ ট্ৰফীৰ আৰম্ভণিতে পৰাজয়ৰ সন্মুখীন পাকিস্তানঃ ঘৰুৱা খেলপথাৰতো নিউজিলেণ্ডৰ বিৰুদ্ধে দিশহাৰা ৰিজৱানৰ দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2025 7:55 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন মেচত বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় পাকিস্তানৰ জাতীয় ক্ৰিকেট দল। নিউজিলেণ্ডৰ হাতত ৬০ ৰাণত পৰাস্ত হয় দলটো। অৱশ্যে সৰ্বাধিক সমালোচনাৰ সন্মুখীন হৈছে বাবৰ আজম।কাৰণ তেওঁ ৯০টা বলত মাত্ৰ ৬৪ ৰাণহে সংগ্ৰহহে কৰে।

এতিয়া আহোঁ মেচখনৰ বিশদ বিশ্লেষণলৈ। চলি থকা চেম্পিয়নছ ট্ৰফীত অবিশ্বাস্য আৰম্ভণি কৰিছে নিউজিলেণ্ডৰ ক্ৰিকেট দলে। এই দুয়োটা দলে চেম্পিয়নছ ট্ৰফীত মুঠ চাৰিবাৰ মুখামুখি হৈছে। এই সময়ছোৱাত পাকিস্তানে এবাৰো জয়ী হ’ব পৰা নাই। আনকি বিগত দুসপ্তাহ ধৰি চলি থকা দ্বিপাক্ষিক শৃংখলাতো পাকিস্তানে  অপমানজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ফলত নিউজিলেণ্ডে ইতিমধ্যে প্ৰমাণ কৰিছে যে তেওঁলোক বৰ্তমানৰ চেম্পিয়নছ ট্ৰফীৰ অন্যতম প্ৰতিদ্বন্দ্বী।

Apply Now

টছত পৰাস্ত হৈ নিউজিলেণ্ডে প্ৰথমে বেটিং কৰিবলৈ নামিছিল। পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক মহম্মদ ৰিজৱানে আশা কৰিছিল যে দ্বিতীয় ইনিংছত বেটিং হয়তো এটা কাৰক হ’ব পাৰে।কিন্তু নিউজিলেণ্ডৰ হৈ টম লেথাম আৰু উইল ইয়ঙৰ শতকে ইতিমধ্যে নিউজিলেণ্ডৰ বাবে জয়ৰ মঞ্চ তৈয়াৰ কৰিছিল। গ্লেন ফিলিপছে ৩৯টা বলত ৬১ ৰানৰ অৱদান ইনিংছ আগবঢ়ায়। অৱশেষত নিউজিলেণ্ডৰ স্ক’ৰ ৩২০ৰাণত উপনীত হয়।

ইয়াৰ পাছত পাকিস্তানে যিদৰে বেটিং কৰিছিল, এবাৰো পাকিস্তানে মেচখন জয় কৰিবলৈ ওলাইছে যেন লগা নাছিল। মেট হেনৰী আৰু উইল অ’ৰ’ৰ্কে নতুন বলটোৰে নিজৰ গতি প্ৰদৰ্শন কৰে। পাকিস্তানে প্ৰথম ১০ অভাৰত মাত্ৰ ২২ ৰান সংগ্ৰহ কৰি ২ উইকেট হেৰুৱাইছিল।

আশা কৰা হৈছিল যে বাবৰ আজমে হয়তো বেটৰ সৈতে জিলিকি উঠিব। কিন্তু পাকিস্তান ক্ৰিকেট দলৰ অনুৰাগীসকলে এনে দৃশ্য প্ৰত্যক্ষ কৰিবলৈ সক্ষম হোৱা নাছিল। এই মেচত পাকিস্তানৰ হৈ স্থিৰ অ’পেনিং দিব পৰা নাছিল ফখৰ জামানে।কাৰণ তেওঁৰ হামষ্ট্ৰিঙত আঘাত পায়। আৰু এইটোৱেই পাকিস্তানৰ বেটিং অৰ্ডাৰ সম্পূৰ্ণৰূপে অস্থিৰ কৰি পেলায়।

অৱশ্যে ছলমান আঘা আৰু খুছদিল শ্বাহে শেষত খেলখনত জয়ী কৰিবলৈ চেষ্টা কৰে। কিন্তু, কালি আছিল নিউজিলেণ্ডৰ দিন। যাৰ ফলত পাকিস্তানে শোচনীয় পৰাজয় লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd