• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাহোৰৰ শতিকা প্ৰাচীন গুৰুদ্বাৰ মছজিদলৈ ৰূপান্তৰ কৰিব পাকিস্তানে

Nenow এন ই নাও নিউজ
গুৱাহাটী , July 28, 2020 9:54 pm

1 min read

Pakistan to convert century old Gurudwara into Masjid in Lahore

ছবি সৌজন্য-- এনডি টিভি

283
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানত বাস কৰা শিখকে ধৰি আন সংখ্যালঘু সম্প্ৰদায়ৰ লোকে সকলে মুক্ত ভাৱে তেওঁলোকৰ ধৰ্মীয় আচাৰ-অনুষ্ঠান সম্পন্ন কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উঠি থকাৰ সময়তে পাকিস্তানৰ চৰকাৰে দেশ খনৰ লাহোৰত থকা এটা শতিকা প্ৰাচীন গুৰুদ্বাৰ মছজিদলৈ ৰুপান্তৰিত কৰিবলৈ লোৱা সিদ্ধান্তই দেশখনত বাস কৰা শিখধৰ্মী লোক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ কৰাৰ লগতে ভাৰতত বাস কৰা শিখ লোক সকলৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে।

পাকিস্তানৰ লাহোৰত থকা ভাই তাৰু সিং গুৰুদ্বাৰ আস্থানাক পাক চৰকাৰে মছজিদলৈ ৰুপান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা বুলি ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে প্ৰকাশ কৰিছে।

মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি পাক চৰকাৰে ভাই তাৰু সিং গুৰুদ্বাৰটো পূৰ্বতে মছজিদ আছিল বুলি দাবী কৰি আহিছে।

গুৰুদ্বাৰটো দৰাচলতে শিখ ধৰ্ম গুৰু ভাই তাৰু সিঙৰ সমাধিক্ষেত্ৰ বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে লাহোৰত ১৭৪৫ চনতে ভাই তাৰু সিং গুৰুদ্বাৰটো প্ৰতিষ্ঠা কৰা হৈছিল।

শিখ ধৰ্ম গুৰু ভাই তাৰু সিঙে প্ৰাণ ত্যাগ কৰা স্থানতে গুৰুদ্বাৰটো সজা হৈছিল বুলি ঐতিহাসিক তথ্য থকাৰ কথা বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে ভাৰতে এই বিষয়ত পাকিস্তানৰ চৰকাৰৰ ওচৰত আপত্তি দৰ্শাইছে। ভাৰতে পাকিস্তানক সিদ্ধান্ত পৰিহাৰ কৰাৰ বাবেও দাবী জনোৱা বুলি তেওঁ কয়।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd