• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই সীমান্তত সেনা মোতায়েন পাকিস্তানৰ : ৰাডাৰত ধৰা পৰিল পাক বায়ু সেনাৰ গতিবিধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2025 12:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুদ্ধৰ বাবে সাজু হৈছে নেকি পাকিস্তান! পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু ২৬ জন পৰ্যটকৰ মৃত্যুৰ লগে লগে জম্মু-কাশ্মীৰ সীমান্তত পাকিস্তানৰ ব্যাপক কাৰ্যকলাপ লক্ষ্য কৰিছে ভাৰতৰ সেনাই।

পাকিস্তান বায়ুসেনাৰ কেইবাখনো বিমান সীমান্ত সেনা ঘাটিৰ দিশে গৈ থকা দেখা পোৱা গৈছে। অনুমান কৰা হৈছে যে পাকিস্তানে সীমান্তত বৃহৎ পৰিসৰত সৈন্য মোতায়েন আৰম্ভ কৰিছে।

Apply Now

যোৱা মঙলবাৰে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হয় সন্ত্ৰাসবাদীৰ আক্ৰমণ। পেহেলগামৰ এখন ৰিজ’ৰ্টত বিয়লি উগ্ৰপন্থীয়ে পৰ্যটকক আক্ৰমণ কৰে।

প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে ধৰ্মীয় পৰিচয়ৰ ভিত্তিত এই আক্ৰমণ সংঘটিত হৈছে। স্থানীয় সূত্ৰই দাবী কৰিছে যে উগ্ৰপন্থীয়ে সামৰিক পোছাক পৰিধান কৰি আহিছিল। এই আক্ৰমণত মুঠ ৪০টা গুলী নিক্ষেপ কৰা হৈছিল।

ইতিমধ্যে লস্কৰ-ই-তৈবাৰ টি আৰ এফ বা দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। জনা যায় যে এই সংগঠনটো পাকিস্তানৰ আই এছ আইৰ সহযোগী। আনকি এই আক্ৰমণত জড়িত উগ্ৰপন্থীৰ অধিকাংশই বিদেশী। সেয়েহে সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তান জড়িত থকাৰ স্পষ্ট ইংগিত পোৱাৰ লগে লগে সজাগ হৈ পৰিছে পাকিস্তান।

পূৰ্বৰ দৰে ভাৰতে পাকিস্তানত আক্ৰমণ চলাব পাৰে বুলি আশংকাত সীমান্তৰ সিপাৰে কাৰ্যকলাপ আৰম্ভ হৈছে। এয়াৰক্ৰাফ্ট ট্ৰেকিং ৱেবছাইট ‘ফ্লাইট্ৰাডাৰ২৪’ৰ তথ্যৰ উদ্ধৃতি দি সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে পেহেলগামত সংঘটিত আক্ৰমণৰ লগে লগে কৰাচীৰ পৰা উত্তৰ দিশলৈ বায়ুসেনাৰ কেইবাখনো বিমান লাহোৰ আৰু ৰাৱালপিণ্ডি অভিমুখে প্ৰেৰণ কৰা হৈছে। এই দুটা পাকিস্তানী বায়ুসেনাৰ ঘাটি জম্মু-কাশ্মীৰৰ ওচৰত। ইয়াৰ ভিতৰত পাকিস্তান বায়ুসেনাৰ দুখন উল্লেখযোগ্য বিমান হ’ল চি-১৩০ই পৰিবহণ বিমান পিএএফ১৯৮ আৰু এম্ব্ৰায়াৰ ফেনম ১০০ জেট পিএএফ১০০। এই বিমান দুখন ভিভিআইপি পৰিবহণ আৰু চোৰাংচোৱা কামত ব্যৱহাৰ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm
অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

September 22, 2026 11:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd