• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্তৰ্জাতিক নিয়ম পালনত ব্যৰ্থ; ১৮৮খন দেশত নিষিদ্ধ হ’ব পাকিস্তান এয়াৰলাইনছ!

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2020 12:12 pm
Pakistan Airlines

পাকিস্তান এয়াৰলাইনছৰ বিমান।

236
VIEWS
Share on FacebookShare on Twitter

পাইলটসকলৰ লাইছেন্স সম্পৰ্কীয় বিষয়ত আন্তৰ্জাতিক নিয়ম পালন নকৰাৰ বাবে বিশ্বৰ ১৮৮খন দেশত নিষিদ্ধ হ’ব পাৰে পাকিস্তান এয়াৰলাইনছ।

দেওবাৰে পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক প্ৰতিবেদনত এই কথা সদৰী হৈছে।

যোৱা ৩ নৱেম্বৰত ইন্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যনে প্ৰেৰণ কৰা এখন পত্ৰত কোৱা হৈছে যে পাইলটসকলৰ লাইছেন্স আৰু প্ৰশিক্ষণৰ যি আন্তৰ্জাতিক নিয়ম আছে সেয়া পাকিস্তান চিভিল এভিয়েশ্যন অথৰিটি (পিচি এএ) পূৰণ কৰাত ব্যৰ্থ হৈছে।

এই সম্পৰ্কত ইন্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যনে পাকিস্তান চিভিল এভিয়েশ্যন অথৰিটিক সতৰ্ক কৰি দিছে।

পাকিস্তানৰ এক্সপ্ৰেছ ট্ৰিবিউনত প্ৰকাশ পোৱা প্ৰতিবেদনত কোৱা হৈছে যে এই নিয়ম পূৰণত ব্যৰ্থ হোৱা পাকিস্তান এয়াৰলাইনছৰ বিমান তথা পাইলটসকলক ইন্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যনে বিশ্বৰ ১৮৮খন দেশত নিষিদ্ধ কৰিব পাৰে।

ইপিনে, পাকিস্তানৰ পাইলটসকলৰ সংগঠন পাকিস্তান এয়াৰলাইনছ পাইলট এছ’চিয়েশ্যনৰ মুখপাত্ৰই কয় যে ইন্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যনে এনে সিদ্ধান্ত গ্ৰহণ কৰিলে পাকিস্তানৰ বিমান পৰিবহন উদ্যোগত বিপৰ্যয় নামি আহিব।

সংগঠনটোৱে বিষয়টোত হস্তক্ষেপ কৰাৰ বাবে প্ৰধান মন্ত্ৰী ইমৰাণ খানক কাষ চাপিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও পাকিস্তান এয়াৰলাইনছৰ বিৰুদ্ধে লাইছেন্স কেলেংকাৰিৰ অভিযোগ উত্থাপন হৈছিল যাৰ বাবে ব্ৰিটেইন আৰু য়ুৰোপীয় য়ুনিয়নত পাকিস্তান এয়াৰলাইনছ নিষিদ্ধ।

Recent News

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd