DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

গুজৰাটৰ উপকূলত পাকিস্তানী নাও জব্দ: ন জনক আটক, উদ্ধাৰ নিচাজাতীয় সামগ্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 27, 2022 11:37 am
Pakistani boat apprehended near Gujarat coast
144
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু গুজৰাট সন্ত্ৰাসবাদ বিৰোধী দলে এক যুটীয়া অভিযানত গুজৰাটৰ উপকূল অঞ্চলত ৯ জন ক্ৰু সদস্যৰ সৈতে এখন পাকিস্তানী মাছ ধৰা নাও জব্দ কৰে। নাওখনৰ পৰা কিছু নিচাজাতীয় সামগ্ৰীও উদ্ধাৰ কৰিছে বিভাগে।

গুজৰাটৰ আৰক্ষী সঞ্চালক প্ৰধান আশীষ ভাটিয়াই জানিবলৈ দিয়া মতে জব্দ কৰা হিৰ’ইনখিনি আফগানিস্তানৰ বুলি নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যুৰোয়ে চিনাক্ত কৰিছে।

ভাটিয়াই কয়, “আটক কৰা লোকসকলক অধিক অনুসন্ধানৰ বাবে গুজৰাট সন্ত্ৰাসবাদ বিৰোধী দলৰ কাৰ্যালয়লৈ অনা হৈছে। এজন চোৰাং ব্যৱসায়ীক কৰাচীৰ মুস্তাফা বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকে ভাৰতীয় জলসীমাত প্ৰৱেশ কৰিছিল।”

চোৰাংচোৱা তথ্যৰ আধাৰত উপকূলৰক্ষী বাহিনী আৰু সন্ত্ৰাসবাদ বিৰোধী দলটোৱে ভাৰতীয় জলসীমাত প্ৰৱেশ কৰা ‘আল হাজ’ নামৰ নাওখন জব্দ কৰিছিল।

নাওখনে কেইবাপেকেটো নিচাজাতীয় সামগ্ৰী সাগৰত পেলাই দিয়াৰ পিছত পাকিস্তানলৈ উভতি যাবলৈ চেষ্টা কৰিছিল।

এনে অৱস্থাত অভিযানকাৰী দলটোৱে নাওখন ৰখাবলৈ হুলৰ ওপৰেৰে সতৰ্কবাণী মূলক গুলী চালনা কৰিবলৈ বাধ্য হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

গুলীচালনাত নাওখনত থক তিনিজন ব্যক্তি সামান্য আঘাতপ্ৰাপ্ত হয় বুলিও তেওঁলোকে উল্লেখ কৰিছে।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd