• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেওবাৰে পুৱাই কাশ্মীৰ সীমান্তৰ তিনি স্থানত ধাৰাসাৰ গোলাবৰ্ষণ পাকিস্তানৰ সেনাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 1, 2020 12:55 pm
indian-army-759
292
VIEWS
Share on FacebookShare on Twitter

উত্তপ্ত কাশ্মীৰৰ পাক-ভাৰত সীমান্তত আজি পুৱাই পাকিস্থানৰ সেনাই তিনিটা স্থানত যুদ্ধ বিৰতি উলংঘা কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে।

ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে আজি পুৱা ৫ বজাত পাক সেনাই কাশ্মীৰৰ পুঞ্চ জিলাৰ ছাহপুৰ, কিৰ্নি আৰু কাছবা অঞ্চলত গুলী আৰু মৰ্টাৰেৰে আক্ৰমণ চলায়।

এই আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনায়ো গুলীবৰ্ষণ কৰাত দুয়োপক্ষৰ মাজত দুঘণ্টা ধৰি সংঘৰ্ষ চলি থাকে।

এই ঘটনাত ভাৰতীয় সেনাৰ কোনো বিষয়া অথবা জোৱান হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

উল্লেখ্য কিছুদিন পূৰ্বে ভাৰত-পাকিস্তান সীমান্তত পাকিস্তানে পুনৰ যুদ্ধবিৰতি উলংঘা কৰি গুলিচালনা কৰাত এগৰাকী ভাৰতীয়া সেনা বাহিনীৰ জোৱান শ্বহীদ হ’বলগীয়া হৈছিল।

জম্মু-কাশ্মীৰৰ কৃষ্ণঘাটি চেক্টৰত পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘা কৰি গুলিচালনা কৰাৰ ফলতে ভাৰতীয় সেনা বাহিনীৰ জোৱান গৰাকী শ্বহীদ হ’বলগীয়া হয়।

পাকিস্তানী সেনাৰ গুলিত চহিদ হোৱা ভাৰতীয় সেনা বাহিনীৰ জোৱান গৰাকী আছিল লেন্স নায়ক কৰ্ণনাইল সিং।

ইয়াৰ পূৰ্বেও বিগত মাহত ভাৰত-পাকিস্তান সীমান্তত পাকিস্তানী সেনা বাহিনীয়ে যুদ্ধবিৰতি উলংঘা কৰি কৰা গুলিচালনাত দুগৰাকী ভাৰতীয় সেনা বাহিনীৰ জোৱান আৰু এগৰাকী সেনা বিষয়া শ্বহীদ হ’বলগীয়া হৈছিল।

Recent News

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd