• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অমৃতচৰৰ ভাৰত-পাক সীমান্তত পাকিস্তানী স্মাগলাৰক গুলীয়াই হত্যা : অস্ত্ৰসহ ড্ৰাগছ জব্দ; ১ পাঞ্জাৱীক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2021 10:38 am
international-border-bsf_650x400_51475829911
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-পাক সীমান্তৰ নিছিদ্ৰ নিৰীক্ষণৰত সীমান্ত সুৰক্ষা বাহিনীৰ চকুত ধূলি দি ভাৰতত নিষিদ্ধ ঘোষিত ড্ৰাগছ সৰবাহ কৰিবলৈ মৰসাহ কৰি আহিছে কিছুসংখ্যক পাকিস্তানী স্মাগলাৰে।

তেনে এগৰাকী পাক স্মাগলাৰক পঞ্জাৱৰ অমৃতচৰৰ ভাৰত-পাক সীমান্তত গুলীয়াই হত্যা কৰিছে পঞ্জাৱ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে।

Apply Now

সীমান্ত সুৰক্ষা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বুধবাৰে গোপন সূত্ৰৰ ভিত্তিত পঞ্জাৱ আৰক্ষী এছএছপি ধ্ৰুৱ দাহিয়াৰ নেতৃত্ব যোৱা পঞ্জাৱ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যৌথ অভিযানকাৰী দল এটাই অমৃতচৰৰ লুপুকে আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-পাক সীমান্তৰ কক্কৰ সীমান্ত নিৰীক্ষণ চকীৰ এলেকাত অভিযান চলাই পাকিস্তানী স্মাগলাৰগৰাকীক গুলীয়াই হত্যা কৰে।

অভিযানৰ সময়ত প্ৰথমে স্মাগলাৰগৰাকীয়ে যৌথ অভিযানকাৰী দলটোলৈ লক্ষ্য কৰি গুলীয়াবলৈ আৰম্ভ কৰে। অভিযানকাৰী দলটোৱে ইয়াৰ প্ৰত্যুত্তৰত স্মাগলাৰগৰাকীলৈ লক্ষ্য কৰি গুলীয়াবলৈ আৰম্ভ কৰে আৰু ঘটনাস্থলীতে পাক স্মাগলাৰগৰাকীৰ মৃত্যু হয়।

অভিযানকাৰী দলটোৱে স্মাগলাৰগৰাকীৰ পৰা ২২.৬৬০ কিলোগ্ৰামৰ ২২ পেকট হিৰ’ইন, এটা SAIGA-MK ৰাইফল(অৰ্ধ স্বয়ংক্ৰিয়), দুটা মেগজিনসহ ২৪ ৰাউণ্ড সজীৱ গুলী, এটা AK 47 ৰাইফলসহ 7.6mmৰ ২১ ৰাউণ্ড সজীৱ গুলী, পাকিস্তানী মুদ্ৰা আৰু পাকিস্তানী ছীমকাৰ্ডসহ এটা মোবাইল ফোন উদ্ধাৰ কৰে।

ইয়াৰ পিছতে পঞ্জাৱ আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰি বৰ্তমান বেলজিয়ামস্থিত খালিস্তান জিন্দাবাদ ফ’ৰ্ছৰ জগদীশ ভুৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ উপৰি ফীৰোজপুৰৰ গট্টী গাঁৱৰ যশপাল সিঙক পাকিস্তান স্মাগলাৰগৰাকীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ মতে বেলজিয়ামস্থিত খালিস্তানী উগ্ৰবাদী ভুৰাৰ সৈতে যশপাল সিঙৰ ঘনিষ্ঠ সম্পৰ্ক আছে আৰু তেওঁ অমৃতচৰৰ ভাৰত-পাক সীমান্তত ড্ৰাগছসহ অবৈধ মাৰণাস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত আছে।

এছএছপি দাহিয়াৰ মতে যশপাল সিঙে পাকিস্তানী চোৰাংচোৱা সংস্থাত আইএছআইৰ সৈতেও যোগাযোগ ৰক্ষা কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd