• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘সন্ত্ৰাসবাদী পাৰ চৰাই’ক এৰি দিবলৈ প্ৰধানমন্ত্ৰী মোদীক দাবী পাকিস্তানী গঞাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2020 11:09 am
_112523316_ani

চৰ্চিত পাৰ চৰাইজনী

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত চোৰাংচোৱাগিৰী কৰাৰ সন্দেহত আৱদ্ধ কৰি ৰখা পাকিস্তানী পাৰ চৰাইজনীক মুকলি কৰি দিবলৈ প্ৰধানমন্ত্ৰী মোদীক দাবী জনাইছে পাকিস্তানৰ এজন গঞাই।

বিবিচিৰ বাতৰি অনুসৰি ভাৰতৰ সীমান্তৰ পৰা মাত্ৰ ৪ কিলোমিটাৰ নিলগৰ এজন গঞাই ঈদ উদযাপনৰ সময়ত এৰি দিছিল পাৰ চৰাইজনী।

Apply Now

ইফালে ভাৰতত প্ৰৱেশ কৰাৰ পিছত পাকিস্তানে চোৰাংচোৱাগিৰী কৰাৰ সন্দেহত পাৰ চৰাইজনীক আৱদ্ধ কৰি থোৱা হৈছে।

ইতিমধ্যে দেশৰ সংবাদ মাধ্যমে পাৰ চৰাইজনীৰ চোৰাংচোৱাগিৰী কৰা বুলি চৰ্চা কৰাই নহয় সন্ত্ৰাসবাদী পাৰ চৰাই ৰূপেও আখ্যা দিছে।

বাতিৰত আৰক্ষীৰ উদ্ধৃতি দি কোৱা হৈছে যে পাৰজনীৰ ঠেঙত এটা আঙুঠি আছে, য’ত আছে এটা ক’ড।

ইতিমধ্যে আৰক্ষীয়ে এই ক’ডৰ সাংকেতিক লিপিৰ পাঠোদ্ধাৰৰ বাবে চেষ্টা কৰি আছে।

ইফালে পাকিস্তানৰ গঞাজনে দাবী কৰিছে যে তেওঁ পাৰজনীৰ ঠেঙত থকা আঙুঠিৰ ক’ডটো হৈছে তেওঁৰ মোবাইল ফোন নম্বৰ।

পাকিস্তানৰ সংবাদ পত্ৰৰ ড’নৰ উদ্ধৃতিৰে বিবিচিএ প্ৰকাশ কৰিছে যে পাকিস্তানৰ হাবিবুল্লাহ নামৰ লোকজনৰ এক ডজন পাৰ চৰাই আছে।

হাবিবুল্লাই ড’নক কয় যে তেওঁৰ পাৰ চৰাইবোৰ হৈছে শান্তিৰ দূত আৰু ভাৰতে এজনী নিৰীহ পাৰ চৰাইক হাৰাশাস্তি কৰিছে।

উল্লেখ্য যে, যোৱা সোমবাৰে ভাৰতৰ সীমান্তবাসী গঞাই পাৰ চৰাইজনী কাশ্মীৰৰ পাক-ভাৰত সীমান্তত ধৰি স্থানীয় আৰক্ষীক গতাই দিছিল।

ইয়াৰ লগে লগে পাৰ চৰাইজনীক ভাৰতত এজনী ‘সন্ত্ৰাসবাদী পাৰ চৰাই’ৰূপে চিহ্নিত কৰা হৈছে।

ইপিনে পাকিস্তানৰ পৰা পাৰ চৰাই আহি ভাৰতত প্ৰৱেশ কৰা এয়াই প্ৰথম নহয় বুলি প্ৰকাশ কৰিছে ভাৰতৰ চৰকাৰৰ এক সূত্ৰই।

২০১৫ চনৰ মে’ত সীমান্তৰ এখন গাঁৱত এটা ১৪ বছৰীয়া কিশোৰে এজনী পাকিস্তানী পাৰ চৰাই চিনাক্ত কৰাৰ পিছত পাৰজনীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

আনকি ২০১৬ৰ অক্টোবৰ মাহতো ভাৰতৰ প্ৰধানমন্ত্ৰীক প্ৰদান কৰা ভাবুকি সম্বলিত পত্ৰৰ সৈতে এটি পাকিস্তানী পাৰ চৰাইক আটক কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

September 1, 2026 2:35 pm
সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd