• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশে সীমান্তত নিচিহ্ন কৰিলে পাকিস্তানৰ নাম; এফালৰ পৰা মছিলে পাকিস্তান শব্দ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 14, 2019 11:01 am

1 min read

bangladesh border

ফটো সৌজন্য-ইণ্ডিয়া.কম

411
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাচিনাৰ নিৰ্দেশ অনুসৰি বাংলাদেশ বোৰ্ডাৰ গাৰ্ড চমুকৈ বি জি বিয়ে সকলোবোৰ সীমান্ত খুটিৰ পৰা পাকিস্তানৰ নাম মছি দিয়ে।

দেশ বিভাজন হোৱাৰ সময়ত বাংলাদেশ তেতিয়া পাকিস্তানৰ অংশ আছিল।

১৯৭১ চনত বাংলাদেশ গঠন হোৱাৰ ৪৮ বছৰ পাছত দেশখনত থকা সকলোবোৰ পাকিস্তানী নাম মছি পেলোৱাৰ সিদ্ধান্ত লয় বাংলাদেশ চৰকাৰে।

বাংলাদেশ বোৰ্ডাৰ গাৰ্ডৰ আৰ্থিক সহায়েৰে এই কাম সম্পুৰ্ণ কৰা হয়।

বি জি বিয়ে প্ৰকাশ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত এতিয়াৰ পৰা সকলো সীমান্ত খুটিত ‘পাকিস্তান/পাক’ বুলি লিখা থকাৰ পৰিৱৰ্তে ‘বাংলাদেশ/বিডি’ বুলি লিখা থাকিব বুলি প্ৰকাশ কৰে।

১৯৪৭ চনত ভাৰত-পাকিস্তান বিভাজন হোৱাৰ পাছত ৮,০০০ত কৈ অধিক ‘ভাৰত/পাকিস্তান’ বুলি লিখা সীমান্ত খুটি স্থাপন কৰা হৈছিল।

বাংলাদেশে শতখিৰা, জেচোৰ, চৌদাংগা, খুস্তিয়া, ৰাজশ্বাহী, নগাঁও, মৈমনসিং, জামালপুৰ, ছিলেট, চিত্তাগং,কোমিলা, ব্ৰাহ্মণবাৰিয়া আদি সীমান্ত অঞ্চলত থকা সীমান্ত খুটিৰ পৰা পাকিস্তানৰ নাম আতৰাই দি নতুনকৈ বাংলাদেশৰ নাম লিখে।

উল্লেখযোগ্য যে, বাংলাদেশ গঠনৰ সময়ত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেতিয়াৰ পূব-পাকিস্তানত আক্ৰমণ কৰা পাকিস্তানী সৈন্যক ৰণত ভাৰতীয় সৈন্যই পৰাস্ত কৰি বাংলাদেশৰ স্বাধীনতা আন্দোলনত ভাৰতে সহায় কৰিছিল।

Recent News

Bird-750x375

বৰাইল পাহাৰত ৰোমাঞ্চকৰ অভিযান পাঁচ পক্ষীপ্ৰেমীৰ : সন্ধান লাভ বিৰল প্ৰজাতিৰ পক্ষী

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

a toka

নিৰ্বাচনৰ বতৰ, ৰাজপথত ওলাইছে লাখে লাখে টকা! এইবাৰ বৰপেটাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd