• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পি অ’ কেক পাকিস্তানৰ অন্তৰ্ভুক্ত বুলি উল্লেখ নকৰা বাবেই ১০০ খন পাঠ্যপুথি নিষিদ্ধ পাকিস্তানত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 25, 2020 12:55 pm

1 min read

পি অ’ কেক পাকিস্তানৰ অন্তৰ্ভুক্ত বুলি উল্লেখ নকৰা বাবেই ১০০ খন পাঠ্যপুথি নিষিদ্ধ পাকিস্তানত

পাকিস্তানৰ পতাকা

1.6k
VIEWS
Share on FacebookShare on Twitter

পাকিস্তান অধিকৃত কাশ্মীৰ (পি অ’ কে)ক পাকিস্তানৰ অন্তৰ্ভূক্ত নকৰা বাবে পাকিস্তানে ১০০ খন পাঠ্যপুথিক নিষিদ্ধ কৰিছে।

পাঞ্জাৱ কাৰিকুলাম এণ্ড টেক্সটবুক বোৰ্ড চমুকৈ পি চি টি বিয়ে বিতৰ্কিত বিষয়বস্তুৰ কাৰণেই শিক্ষানুষ্ঠানত ব্যৱহাৰ হোৱা ১০০ খন পাঠ্যপুথিক নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি উল্লেখ কৰে।

আনহাতে, আন কিছুসংখ্যক পাঠ্যপুথিত মহম্মদ আলী জিন্নাৰ জন্ম তাৰিখ ভুকলৈ উল্লেখ থকাৰ বাবে নিষিদ্ধ কৰা হৈছে।

পি চি টিয়ে এই পাঠ্যপুথি সমূহৰ পুনৰ মূল্যায়ন কৰি সংস্কৰণৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে।

তদুপৰি, পাকিস্তান অধীকৃত কাশ্মীৰক নিজ দেশৰে পাঠ্যপুথিয়ে পাকিস্তানৰ ভূখণ্ডৰ অন্তৰ্ভূক্ত নহয় বুলি দেখুওৱা কাৰ্য্যই এতিয়া পাকিস্তানত চৰ্চা লাভ কৰিছে।

পাকিস্তানে আজাদ কাশ্মীৰ হিচাপে উল্লেখ কৰি অহা কাশ্মীৰৰ ভূখণ্ড পাকিস্তানে জোৰকৈ দখল কৰি লৈছিল।

পাকিস্তান চৰকাৰে ভাৰতৰ কাশ্মীৰৰ স্বাধীনতাৰ প্ৰসংগ উত্থাপন কৰি থকাৰ সময়ত নিজ দেশৰে পাঠ্যপুথিত পি অ’ কে অন্তৰ্ভুক্ত নোহোৱাটো গুৰুত্বপূৰ্ণ।

Recent News

index.jpg

কাশ্মীৰৰ কুলগামত আইডি বিস্ফোৰণ : ১ গৰাকী জোৱান নিহত, আহত ৩ জোৱান

a ulfa

সময়সীমা বান্ধি দিলে আলফাই: ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত মুক্তিপণ আদায় নিদিলে হত্যা কৰিব অপহৃত বিষয়া ৰাম কুমাৰক

Teok

টীয়কত কা বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথ সভা

index.jpg1

এজন চিৰিয়েল হত্যাকাৰীৰ কাহিনী : ১৮ গৰাকী মহিলাক হত্যা কৰি পুনৰ গ্ৰেপ্তাৰ হ’ল ৰামুলা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd