DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত ২০২১ৰ ৰণডংকা বজালে কংগ্ৰছে : বৃহৎ ৰেলীৰে মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈৰ

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
March 8, 2021 4:58 pm
index
35.7k
VIEWS
Share on FacebookShare on Twitter

২০২১ ৰ বিধান সভা নিৰ্বাচনৰ ৰণডংকা বজাই হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে আজি মনোনয়ন দাখিল কৰিবলৈ টীয়কৰ বাসগৃহৰ পৰা ৰাওনা হয় জাতীয় কংগ্ৰেছৰ টীয়কৰ প্ৰাৰ্থী পল্লৱী গগৈয়ে।

উল্লেখযোগ্য যে প্ৰাৰ্থীগৰাকী মনোনয়ন বাবে যোৱাৰ পূৰ্বে প্ৰয়াত কৰ্মযোগী বিধায়ক মেম্বৰ গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেওঁৰ আধৰুৱা সপোন পূৰণৰ বাবে আৰ্শীবাদ বিচাৰে আৰু গাঁৱৰ ৰাইজৰ সেৱা লয়।

বহু কল্পনা জল্পনাৰ অন্তত সমষ্টিটোত অগপ বিজেপি মিত্ৰটোতে প্ৰাক্তন বিধায়ক ৰেণুপমা ৰাজখোৱাক পুনৰ প্ৰক্ষেপ কৰাত যেন উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছৰ সমৰ্থকসকল।

বিজেপি-অগপৰ মিত্ৰজোঁটে ৰেণুপমা ৰাজখোৱাক প্ৰাৰ্থীত্ব প্ৰদান কৰাত এইবাৰ বিপুল ভোটৰ ব্যৱধানত কংগ্ৰেছৰ জয় নিশ্চিত বুলি আশা প্ৰকাশ কৰিছে সমষ্টিটোৰ কংগ্ৰেছ শিবিৰে।

ইফালে আজি নাৰী দিৱসৰ প্ৰাকক্ষণত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰতিগৰাকী নাৰীকে শুভেচ্ছা জনোৱাৰ লগতে নাৰী শক্তি একগোট হৈ সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।

Recent News

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd