• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ইট ৰাইট ইণ্ডিয়া’ বাৰ্তা বহন কৰি ডিমাপুৰত উপস্থিত সদৌ ভাৰত চাইক্লথন দল

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
November 6, 2018 8:43 pm
Leader of cyclists team from Kohima Shikato Aye handing over the cyclothon baton to the leader of cyclists team from Dimapur Asenla Imsong in Dimapur on Tuesday evening. Pic by Bhadra Gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৮ঘণ্টাতকৈ কিছু অধিক সময়ত প্ৰায় ৭৫ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰি ২৫জনীয়া সমগ্ৰ ভাৰত চাইক্লথন দলটো কোহিমাৰ পৰা আহি ডিমাপুৰত উপস্থিত হৈছেহি। স্থানীয় জনসাধাৰণৰ মাজত স্বাস্থ্যসন্মত খাদ্যাভ্যাস সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দলটোৱে সমগ্ৰ ভাৰত জুৰি চাইকেল যাত্ৰা আৰম্ভ কৰিছে।

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ ৰ (Food Safety and Standards Authority of India) দুগৰাকী বিষয়া আৰু ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়াসহ চাইক্লিষ্টৰ দলটোক নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এছ পাংন্যিউ ফোমে কোহিমাৰ যুদ্ধ স্মাৰক স্থানত যাত্ৰাৰ ফ্লেগ অফ কৰে। আজি ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত হোটেল ছাৰামতিত দলটোক ডিমাপুৰ খাদ্য সুৰক্ষা বিষয়া ছেমুৱেল জেহোলে অভ্যৰ্থনা জনায়।

Apply Now

‘ইট ৰাইট ইণ্ডিয়া’ আন্দোলনৰ উত্তৰ পূব শাখাৰ জন সম্পৰ্কৰক্ষী কাৰ্যসূচী ‘স্বচ্ছ ভাৰত যাত্ৰা’ৰ অন্তৰ্গত চাইক্লথন  দলটো দেওবাৰে আহি ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ পৰা আহি নাগালেণ্ডত পদাৰ্পণ কৰে।

কোহিমাৰ চাইক্লিষ্টৰ দলটোক নেতৃত্ব দিয়া শ্বিকাতো আয়ে ৰীলে বেটন ডিমাপুৰৰ চাইক্লিষ্ট দসৰ নেতা আছেনলা ইমছঙৰ হাতত তুলি দিয়ে। ডিমাপুৰৰ দলটোত ২৫গৰাকী এনচিচি কেডেট আছে। দলটোৱে বৃহস্পতিবাৰে পুৱা কাৰ্বি আংলঙৰ ৰাজধানী ডিফুলা বুলি ৰাওনা হ’ব।

ডিমাপুৰত বুধবাৰে ইট ৰাইট ইণ্ডিয়া থিমেৰে ‘স্বচ্ছ ভাৰত মেলা’ এখনৰ আয়োজন কৰা হ’ব। খাদ্য নিৰাপত্তা সজাগতাৰ প্ৰসাৰ কৰাৰ বাবে আৰু খাদ্য ভেজালকৰণ ৰোধ কৰা আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণৰ সন্দৰ্বত সজাগতা সৃষ্টিৰ বাবে এই মেলাখনৰ আয়োজন কৰা হৈছে।

ভদ্ৰ গগৈ

ভদ্ৰ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd