• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চায়তৰ ভােট গণনা সম্পৰ্কত ৰাজনৈতিক দলৰ প্রতিনিধিৰে বােকাখাতৰ মহকুমাধিপতিৰ বৈঠক

NE NOW NEWS উত্তম শইকীয়া
বােকাখাত , December 7, 2018 3:54 pm

1 min read

Bokakhat
250
VIEWS
Share on FacebookShare on Twitter

অহা ১২ ডিচেম্বৰত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ ভােট গণনাৰ প্রতি লক্ষ্য ৰাখি বােকাখাতৰ মহকুমাধিপতিৰে বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰ আজি মহকুমাধিপতি কার্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়।

সভাত যােৱা ৫ ডিচেম্বৰত বােকাখাত মহকুমাত শান্তিপূর্ণভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত সকলােৰে সহযােগিতাৰ বাবে মহকুমাধিপতি গৰাকীয়ে প্ৰতিটো ৰাজনৈতিক দলকে ধন্যবাদ জ্ঞাপন কৰে।

ইয়াৰ উপৰি অহা ১২ ডিচেম্বৰত পুৱা ৭-৩০ বজাত পােষ্টেল বেলট পেপাৰৰ গণনাৰ পিছতেই পুৱা ৮-০০ বজাৰ পৰা বোকাখাতৰ চাৰিটা ভােট গণনাৰ কক্ষত ভােট গণনা আৰম্ভ হ’ব বুলি জনাই মহকুমাধিপতি গৰাকীয়ে ভােট গণনাৰ সময়ত ৰাজ্যিক নিৰ্বাচনী আয়ােগে দিয়া বিভিন্ন নীতি-নিয়ম সম্পৰ্কে ৰাজনৈতিক দলৰ প্রতিনিধিক অৱগত কৰে।

তদুপৰি ৰাজ্যিক নিৰ্বাচনী আয়ােগে ভােট গণনা কক্ষত ম’বাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ কথা অৱগত কৰি তেওঁ প্ৰতিটো দলকে এই নীতি-নিয়মসমূহ মানি চলি ভােট গণনাত সহযােগিতা আগবঢ়াবলৈ আহ্বান জনায়।

Recent News

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

index.jpgnm

নিশা শুৱালকুছিত দুৰ্বৃত্তই জ্বলালে ব্যৱসায়ীৰ বাহন : সম্পূৰ্ণৰূপে ভস্মীভূত বিলাসী বাহনখন

সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া স্থিৰ; বাংগালুৰুৰ পৰা আহিল হৃদৰোগ বিশেষজ্ঞ দেবী ছেট্টী

সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া স্থিৰ; বাংগালুৰুৰ পৰা আহিল হৃদৰোগ বিশেষজ্ঞ দেবী ছেট্টী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd